চাউথ এছিয়ান গেমছত ৰূপৰ পদকেৰে সুনাম কঢ়িয়ালে অসমৰ জীয়াৰীয়ে

In ক্ৰীড়াংগন, ৰাজ্য

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ নৱেম্বৰ : ভাৰতবৰ্ষৰ ক্ৰীড়া জগতলৈ সুনাম কঢ়িয়াই আনিছে অন্য এগৰাকী খেলুৱৈয়ে। চাউথ এছিয়ান গেমছত কাৰাটে প্ৰতিযোগিতাত ৰূপৰ পদক কঢ়িয়াই আনে অসমৰ এগৰাকী জীয়ৰীয়ে ।

২১ অনুৰ্ধৰ উক্ত প্ৰতিযোগিতাখনত বাংলাদেশলৈ গৈ অসমৰ একমাত্ৰ প্ৰতিযোগী হিচাপে যোগদান কৰে গুৱাহাটী মহানগৰীৰ বেলতলাৰ নিবাসী ইশিতা কাশ্যপে।

ইশিতা কাশ্যপ মহানগৰীৰ বেলতলাৰ নিবাসী নীল তালুকদাৰৰ কন্যা।

মঙলবাৰৰ সন্ধিয়া ইশিতা কাশ্যপ গুৱাহাটীত উপস্থিত হয় আৰু স্থানীয় ৰাইজৰ লগতে কাৰাটে সংস্থাই আদৰণি জনাই খেলুৱৈগৰাকীক।

Comments

comments

You may also read!

শনিবাৰে নিশাৰ ভাগত ২৬ জনলৈ বৃদ্ধি হ’ল অসমত কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা

গুৱাহাটী, সংবাদ ৩৬৫, ৫ এপ্ৰিল: শনিবাৰে নিশাৰ ভাগত ২৬ জন হয়গৈ অসমত মাৰাত্মক কৰ'ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা।

Read More...

শুকুৰবাৰ নিশাৰ ভাগলৈ ৰাজ্যত ২৪ জনলৈ বৃদ্ধি পালে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা

গুৱাহাটী, সংবাদ ৩৬৫, ৪ এপ্ৰিল : শুকুৰবাৰে নিশাৰ ভাগলৈ অসমত ২৪ৰ ঘৰ স্পর্শ কৰিছে ভয়ানক কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ

Read More...

ৰাজ্যত ২০ লৈ বৃদ্ধি কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্তৰ সংখ্যা

গুৱাহাটী, সংবাদ ৩৬৫, ৩ এপ্ৰিল : ৰাজ্যত ২০ লৈ বৃদ্ধি পালে কভিড-১৯ কৰ'ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। শুকুৰবৰে স্বাস্থ্যমন্ত্ৰী

Read More...

Mobile Sliding Menu