Tinsukia : তিনিচুকীয়াৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে তথা যুৱ প্ৰজন্মৰ উজ্জীৱিতকৰণন কাৰ্যসূচী ভাগ লব ডঃ দিব্যজ্যোতি শইকীয়াই

তিনিচুকীয়া, ১৯ ফেব্ৰুৱাৰী, ২০২৪ : সোমবাৰে তিনিচুকীয়া জিলাৰ একৈশখন গাঁও সামৰি বাৰেকুড়িত ‘দীঘল সাঁকো নৱজ্যোতি যুৱক সংঘ’ৰ উদ্যোগত মহিলা আৰু যুৱপ্ৰজন্মৰ উজ্জীৱিতকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ সন্দৰ্ভত অনুষ্ঠিত হ’ব এক বৃহৎ প্ৰেৰণাত্মক অনুষ্ঠান। উল্লেখযোগ্য যে ১৭ ফেব্ৰুৱাৰীৰ পৰা পষেকজোৰা কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ …

Railway Passenger : ৰে’ল যাত্ৰীৰ সামগ্ৰী চুৰি কৰাৰ ঘটনাৰ সৈতে জড়িত ৬ জন লোকক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১৮ ফেব্ৰুৱাৰী, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা যাত্ৰীৰ সামগ্ৰী চুৰি কৰাৰ ঘটনাৰ সৈতে জড়িত ৬ জন লোকক গ্ৰেপ্তাৰ। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) বিগত ১৩ ৰ পৰা ১৬ …

Khelo India : খেলো ইণ্ডিয়া ওমেনছ টাইকোৱাণ্ডো লীগত সাফল্য অসম কন্যা ৰক্ষা বৰুৱাৰ

গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী, ২০২৪ : খেলো ইণ্ডিয়া ওমেনছ টাইকোৱাণ্ডো লীগত সাফল্য অসম কন্যা ৰক্ষা বৰুৱাৰ। খেলো ইণ্ডিয়া ওমেনছ টাইকোৱাণ্ডো লীগত অসমক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক অৰ্জন কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ (Modern English School) ছাত্ৰী ৰক্ষা বৰুৱাৰ। সদ্য অনুষ্ঠিত খেলো ইণ্ডিয়া …

Khelo India University Game : চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ উদ্বোধনী অনুষ্ঠানত পাপনৰ মায়াময় সংগীতানুষ্ঠান

গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী, ২০২৪ : প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত ‘চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩ অষ্টলক্ষ্মী’ৰ অহা ১৯ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত (Indira Gandhi Athletic Stadium) অনুষ্ঠিত হ’বলগা উদ্বোধনী অনুষ্ঠানে সকলোকে ৰোমাঞ্চিত কৰি তুলিব৷ উল্লেখ্য যে …

NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেত চিগনেলিং প্ৰণালীয়ে উন্নয়নৰ নতুন পৰ্যায় লাভ কৰিছে

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেই ৰে’লৰ যাত্ৰা (Rail Journey) অধিক নিৰাপদ আৰু সুৰক্ষিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টাৰ দিশত, ট্ৰেক চিগনেলিং প্ৰণালী উন্নীতকৰণ আৰু ৰক্ষণাবেক্ষণৰ বাবে কাৰিকৰীভাৱে উন্নত ব্যৱস্থা গ্ৰহণ কৰি আহিছে। দুৰ্ঘটনা আদিৰ দৰে ঘটনা …

Prag Cine Award : প্ৰাগ চিনে এৱাৰ্ড, ২০২৪ ত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটাৰে সন্মানিত হ’ল ‘জিয়া’

গুৱাহাটী, ফেব্ৰুৱাৰী ১৭, ২০২৪ : চলচ্চিত্ৰ নিৰ্মাতা কেনি বসুমতাৰীৰ নিৰ্দেশনা আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনাৰে নিৰ্মিত শেহতীয়া ছবি ‘জিয়া’ই (Jiya) যোৱা ১৬ ফেব্ৰুৱাৰী তাৰিখে যোৰহাটত অনুষ্ঠিত হৈ যোৱা প্ৰাগ চিনে এৱাৰ্ড, ২০২৪ ৰ শেহতীয়া সংস্কৰণত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মানসহ ৪ টাকৈ বঁটা …

Sports : ৰাজ্যত নিৰ্মাণ কৰা হ’ব বিশ্ব মানদণ্ডৰ ষ্টেডিয়াম

গুৱাহাটী, ১৬ ফেব্ৰুৱাৰী, ২০২৪ : উত্তৰ-পূৰ্বাঞ্চল (North East) দেশৰ ক্ৰীড়াৰ অন্যতম শক্তিশালী স্থান হিচাপে পৰিগণিত হোৱাৰ সময়তে অসমেও এই গৌৰৱময় যাত্ৰাৰ অংশীদাৰ হৈ ৰাজ্যৰ পৰা কেইবাজনো ভাৰত গৌৰৱ খেলুৱৈ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ অসমৰ এই সফলতাৰ অন্তৰালত আছে ৰাজ্য চৰকাৰৰ …

Assamese Movie : আহি আছে যতীন বৰা অভিনীত চলচ্চিত্ৰ ‘চেলেঞ্জ’

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী, ২০২৪ : অসমৰ মনোৰঞ্জন উদ্যোগত (Entertainment Industry) সক্ৰিয়ভাৱে কাম কৰিবলৈ দৃঢ় পৰিকল্পনাৰে মুম্বাই চিনে মেল’ডিয়ে এম মাচমে আলমৰ দ্বাৰা প্ৰযোজিত আৰু তাৰকা যতীন বৰা অভিনীত ‘চেলেঞ্জ’ শীৰ্ষক পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে।ৰাষ্ট্ৰীয় পৰ্যায়ত স্থানীয় ভাষাৰ চলচ্চিত্ৰই …

Delhi : দিল্লীৰ সুন্দৰ নাৰ্চাৰীত ৰেড এফএমৰ হিমালয়ান ইণ্ডিফেষ্ট পাহাৰৰ সংগীত প্ৰতিধ্বনিত 

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী, ২০২৪ : ৯৩.৫ ৰেড এফএম (93.5 Red FM), ভাৰতৰ আগশাৰীৰ ব্যক্তিগত ৰেডিঅ’ আৰু মনোৰঞ্জন নেটৱৰ্কে ইয়াৰ শেহতীয়া অন-গ্ৰাউণ্ড উদ্যোগ-হিমালয়ান ইণ্ডি ফেষ্ট আয়োজন কৰিছিল। এই উৎসৱটো দিল্লীৰ মাজভাগৰ সুন্দৰ নাৰ্চাৰীত ৪ ফেব্ৰুৱাৰী, ২০২৪ ত হিমালয়ৰ সংগীত, কলা …

Road Safety Month : ৰাজ্যত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ,২০২৪ ৰ সামৰণি

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দ্দেশত পথ সুৰক্ষা (Road Safety) সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে ৰাজ্যজুৰি পালন কৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ, ২০২৪ ৰ সামৰণি অনুষ্ঠান বুধবাৰে খানাপাৰাৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয়৷ অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত আয়োজিত অনু্ষ্ঠানত …