NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেত মালবাহী ৰে’লৰ লোডিং ১৬.৮৩ শতাংশ বৃদ্ধি
নিউজ ডেস্ক, ১৬ জুন, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেই (North East Frontier Railway) ইয়াৰ গ্ৰাহকসকলক সেৱা আগবঢ়োৱাৰ বাবে আৰু সময়মতে অত্যাৱশ্যকীয় সামগ্ৰী অন্তিম ব্যৱহাৰকাৰীজনৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰাৰ অৰ্থে একনিষ্ঠভাৱে কাম কৰি আহিছে। ইয়াৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেই …