Assam Flood : ৰাজ্যৰ ৭ খন জিলাৰ ১ লাখতকৈও অধিক লোক এতিয়াও বানৰ কবলত

গুৱাহাটী, ২৮ জুন, ২০২৪ : কিছুদিন পূৰ্বে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ৭ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বাঢ়নী পানীৰ তলত (Seven District Under Flood Water)। কামৰূপ, কৰিমগঞ্জ, কাছাৰ, দৰং, বৰপেটা, লখিমপুৰ আৰু ধেমাজিত …

Assam Flood : ৰাজ্যৰ ১১ খন জিলাৰ ১ লাখতকৈও অধিক লোক এতিয়াও বানৰ কবলত

গুৱাহাটী, ২৭ জুন, ২০২৪ : কিছুদিন পূৰ্বে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ১১ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বাঢ়নী পানীৰ তলত (Eleven District Under Flood Water)। কামৰূপ, হাইলাকান্দি, গোলাঘাট, লখিমপুৰ, কৰিমগঞ্জ, দৰং, ধেমাজি, বৰপেটা, …

Man-Elephant Conflict : ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰীৰ

তামুলপুৰ, ২৬ জুন, ২০২৪ : বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী ছাত্ৰী (Wild Elephant Killed One)। ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰীৰ। বনৰীয়া হাতীৰ জাকৰ পৰা আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ পলায়ন কৰিবলৈ লওঁতে ছাত্ৰী গৰাকীক পিছফালৰ পৰা …

Assam Flood : এতিয়াও ৰাজ্যৰ ১ লাখতকৈও অধিক লোক বানৰ কবলত : ৩১ জনৰ মৃত্যু

গুৱাহাটী, ২৬ জুন, ২০২৪ : কিছুদিন পূৰ্বে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ৯ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বাঢ়নী পানীৰ তলত (Nine District Under Flood Water)। কামৰূপ, গোলাঘাট, কৰিমগঞ্জ, বৰপেটা, গোৱালপাৰা, কাছাৰ, নগাঁও, ধেমাজি …

Son Killed Mother : ড্ৰাগছ কিনিবলৈ ধন নিদিয়াৰ বাবে মাতৃক নৃশংসভাৱে হত্যা

কোকৰাঝাৰ, ২৫ জুন, ২০২৪ : ড্ৰাগছ সেৱনৰ (Drugs Addiction) ভয়াবহ পৰিনাম। ড্ৰাগছৰ বাবেই পুত্ৰৰ হাতত প্ৰাণ গ’ল এগৰাকী মাতৃৰ। ড্ৰাগছ কিনিবলৈ ধন নিদিয়াৰ বাবে মাতৃক অতি নৃশংসভাৱে হত্যা কৰিলে পুত্ৰই। টি-টেবুলেৰে মাতৃক আক্ৰমণ কৰি হত্যা কৰিলে ড্ৰাগছ আসক্ত পুত্ৰই। ইতিমধ্যে …

Assam Flood : ৰাজ্যৰ ৯ খন জিলাৰ ১ লাখতকৈও অধিক লোক এতিয়াও বানৰ কবলত

গুৱাহাটী, ২৫ জুন, ২০২৪ : নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ৯ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Nine District Under Flood Water)। কামৰূপ, গোৱালপাৰা, বজালী, হোজাই, বৰপেটা, কৰিমগঞ্জ, কাছাৰ, নগাঁও, আৰু দৰংত এতিয়াও বানৰ …

Six Lady Caught : ৰাইজে উৎখাত কৰিলে নাৰী দেহ ব্যৱসায়ৰ ঘাটি : আটক ছয় গৰাকী মহিলা

গৌৰীপুৰ, ২৪ জুন, ২০২৪ : দীর্ঘদিন ধৰি চলি আছিল নাৰী দেহৰ ব্যৱসায়। ৰাইজৰ বাৰম্বাৰ বাধাৰ পিছতো চলাই গৈছে নাৰী দেহৰ ব্যৱসায়। অৱশেষত ওলাই আহিল ৰাইজ। উৎখাত কৰিলে নাৰী দেহ ব্যৱসায়ৰ ঘাটি। নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত ছয় গৰাকী …

Assam Flood : ৰাজ্যৰ ১১ খন জিলাৰ ২ লাখতকৈও অধিক লোক এতিয়াও বানৰ কবলত

গুৱাহাটী, ২৪ জুন, ২০২৪ : নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ১১ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Eleven District Under Flood Water)। কামৰূপ, বজালী, হোজাই, বৰপেটা, ওদালগুৰি, কৰিমগঞ্জ, কাছাৰ, নগাঁও, নলবাৰী, গোৱালপাৰা আৰু দৰংত …

Radisson Blu : স্বাস্থ্য আৰু সেউজ সচলতাৰ প্ৰচাৰাৰ্থে ৰেডিচন ব্লু গুৱাহাটীৰ সফল ৱাকাথনৰ আয়োজন

গুৱাহাটী, ২৩ জুন, ২০২৪ : আমাৰ স্বাস্থ্য আৰু পৰিৱেশৰ হকে খোজকঢ়াৰ স্বাস্থ্যসন্মত অভ্যাস প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখি দেওবাৰে (২৩ জুন) ৰেডিচন ব্লু গুৱাহাটীত এক ৱাকাথনৰ (Walkathon) আয়োজন কৰা হয়। ৰেডিচন ব্লু হোটেলৰ সমূহ সদস্য আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক একত্ৰিত কৰি ৰেডিচন …

Assam Flood : ৰাজ্যৰ ১২ খন জিলাৰ ২ লাখতকৈও অধিক লোক এতিয়াও বানৰ কবলত

গুৱাহাটী, ২৩ জুন, ২০২৪ : নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ১২ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Twelve District Under Flood Water)। বৰপেটা, কামৰূপ, বজালী, গোৱালপাৰা, নগাঁও, হোজাই, ওদালগুৰি, কৰিমগঞ্জ, দৰং, নলবাৰী, কামৰূপ মহানগৰ …