One Arrested : অভিযন্তা সঞ্জীৱ কুমাৰ দাসৰ ঘৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ নগদ ধন
ৰমিজ তালুকদাৰ সাৰভোগ, ১৭ ডিচেম্বৰ, ২০২৩ : অভিযন্তা সঞ্জীৱ কুমাৰ দাসৰ ঘৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ নগদ ধন (Cash Recovered)। দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অভিযন্তা সঞ্জীৱ কুমাৰ দাসৰ ঘৰত চলাইছিল অভিযান। অভিযানকালত দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ১২ লক্ষাধিক টকা …