Rajasthan Royals : প্লে-অফ মেচৰ পূৰ্বে জয়ৰ ছন্দলৈ প্ৰত্যাৱৰ্তন কৰাটো আমাৰ মুল লক্ষ্য : ছাংগাকাৰা
গুৱাহাটী, ১৮ মে’, ২০২৪ : চলিত ১৭ সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL) অন্তিম দুখন লীগ খেলত অংশ লোৱাৰ বাবে গুৱাহাটীলৈ অহা ৰাজস্থান ৰয়েলছে দেওবাৰে বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত হ’বলগা দ্বিতীয়খন মেচত পইণ্ট তালিকাৰ শীৰ্ষত থকা কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে …