AAP : বিজেপি আৰু সাৰথ ৰেড্ডীক ইডিৰ তদন্তৰ আওঁতালৈ অনাৰ দাবী আপৰ
২৯ মাৰ্চ, ২০২৪, গুৱাহাটী : বিজেপি (BJP) আৰু সাৰথ ৰেড্ডীক ইডিৰ তদন্তৰ আওঁতালৈ অনাৰ দাবী আপৰ। ইডি, চি বি আই, আৰক্ষীৰ ক্ষমতা অপপ্ৰয়োগ কৰি চৰকাৰে আপৰ গতি ৰোধ কৰিব বিচাৰিছে বুলি অভিযোগ। আপৰ কাৰ্যালয়ত আৰক্ষী মোতায়েনৰ বিৰুদ্ধেও সৰৱ আপ, অসমৰ …