Drugs Seized : আমিনগাঁৱত ১১ কোটি আৰু বোকাজানত ১০ কোটি টকাৰ হে’ৰইন জব্দ
নিউজ ডেস্ক, ১৭ ছেপ্টেম্বৰ, ২০২৩ : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ (War Against Drugs) দুটাকৈ বৃহৎ সাফল্য। আমিনগাঁৱত এখন ডি আই বাহন আৰু বোকাজানত এখন উইংগাৰ বাহনৰ পৰা জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। আমিনগাঁৱত জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১১ কোটি …