Accident : তীব্ৰ বেগী ট্ৰাক এখনে চিটি বাছসহ মহতিয়াই নিলে চাৰিখনকৈ বাইক
গুৱাহাটী, ৩০ ছেপ্টেম্বৰ, ২০২৩ : মহানগৰী গুৱাহাটীত ভয়ংকৰ পথ দুর্ঘটনা (Road Accident In Guwahati)। তীব্ৰ বেগী ট্ৰাকে এখনে চিটি বাছসহ মহতিয়াই নিলে চাৰিখনকৈ বাইক। থিতাতে নিহত এজন লোক, আহত কেইবাজনো লোক। নিহত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। দুর্ঘটনা সংঘটিত …