Srimanta Sankardeva : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱত বিনীতা দেৱীৰ পৰিচালনাত “ডেকাগিৰি”
গুৱাহাটী, ২৭ ছেপ্টেম্বৰ, ২০২৩ : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱত বিনীতা দেৱীৰ পৰিচালনাত “ডেকাগিৰি”ৰ সফল মঞ্চায়ন। গুৱাহাটীৰ কালাপাহাৰৰ শ্ৰীশ্ৰীমন্ত শঙ্কৰ-মাধৱ সেৱাশ্ৰমে আয়োজন কৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱত সুৰজিৎ একাডেমীয়ে যোৱা ২৬ ছেপ্টেম্বৰত “ডেকাগিৰি” নাটখন বুনৰাকো …