ৰাজপথৰ ওপৰত জ্বলি ভস্মীভূত এখন ৰবৰ ভৰ্তি ট্ৰাক
যোৰাবাট : ৰাজপথৰ ওপৰত জ্বলি ভস্মীভূত হ’ল এখন ৰবৰ ভৰ্তি ট্ৰাক। মহানগৰীৰ সমীপৰ দহ মাইলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। কথমপি প্ৰাণ ৰক্ষা ট্ৰাক চালকজনৰ। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন। মহানগৰী গুৱাহাটীৰ যোৰাবাট আৰক্ষী চকীৰ অন্তৰ্গত দহ মাইলত সংঘটিত …