অৱশেষত নগাঁৱৰ পৰা বদলি কৰা হ’ল আনন্দ মিশ্ৰক
গুৱাহাটী : অৱশেষত নগাঁৱৰ পৰা বদলি কৰা হ’ল আনন্দ মিশ্ৰক। নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তাৎক্ষণিকভাৱে বদলিৰ নিৰ্দেশ দিছে ৰাজ্যৰ গৃহ বিভাগে। নগাঁৱৰ পৰা গুৱাহাটীস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈ বদলি কৰা হৈছে আৰক্ষী বিষয়া গৰাকীক। নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা …