দীপলীনা ডেকাই উদ্বোধন কৰিলে উত্তৰ-পূৱৰ তিচৱাই প্ৰথমটো ফ্লেগশ্বিপ ষ্টুডিঅ’
গুৱাহাটী : ঊষা ইণ্টাৰনেচনেল লিমিটেডৰ প্রিমিয়াম লাইটিং ব্লেণ্ড তিচৱাই শনিবাৰে গুৱাহাটীৰ বি, বৰুৱা ৰোড, উলুবাৰীত মেচাৰ্ছ নেক্সট লাইটছৰ সহযোগত শেহতীয়া আউটলেটটো মুকলি কৰে। কণ্ঠশিল্পী দীপলীনা ডেকাই উদ্বোধন কৰে তিচৱাৰ উত্তৰ-পূবৰ প্ৰথমখন আউটলেটখন। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে-কান্তা দেৱী চোনি, স্বাত্বাধিকাৰী ৰাজেশ …