ইতিহাসক বিকৃত কৰি কোনে কৰিছে যাদু সম্ৰাট এম হুছেইনক অপমান
আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ : অসমৰ কলা জগতত মুখ্যম আঘাত। তিনিচুকীয়া আৰু গুৱাহাটীৰ একাংশ মেজিছিয়ানে যাদু জগতৰ ইতিহাসক বিকৃত কৰাৰ গুৰুত্বৰ অভিযোগ। অসমৰ সংবাদ মাধ্যমে যি গৰাকী যাদু সম্ৰাটৰ মৃত্যুৰ বাতৰি কৰোঁতে ‘অসমৰ কলা জগতৰ এটি নক্ষত্ৰ খহি …