শিক্ষক আলী আকবৰৰ সোঁৱৰণীত পুথিভঁৰালৰ দুবাৰ মুকলি
হাজো : হাজোৰ আধিয়াৰপাৰাতকৃতি শিক্ষক আলী আকবৰৰ সোঁৱৰণীত পুথিভঁৰালৰ দুবাৰ মুকলি আৰু সোঁবৰণী গ্ৰন্থ উম্মোচন। বৰছলি হাটখোলা এম ই মাদ্ৰাছাৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক তথা আধিয়াৰপাৰাৰ কৃতি শিক্ষক প্ৰয়াত আলহাজ আলী আকবৰৰ সোঁৱৰণীত এটি নৱনিৰ্মিত পুথিভঁৰালৰ লগতে এখনি সোঁৱৰণী গ্ৰন্থ উম্মোচন …