নগাঁৱত এইবাৰ ৬০ বছৰীয়া বৃদ্ধই ধর্ষণ কৰিলে এগৰাকী কিশোৰীক
ৰূপহীহাট : ৰাজ্যত পুনৰ সংঘটিত হৈছে ধর্ষণকাণ্ড। পুনৰ এজন লম্পট বৃদ্ধৰ দ্বাৰা ধৰ্ষিতা হ’ল এগৰাকী কিশোৰী। ভয়-ভাবুকি দেখুৱাই কেইবাবাৰো ধর্ষণ কৰা হয় কিশোৰী গৰাকীক। ধৰ্ষিতা কিশোৰী গৰাকী বৰ্তমান চাৰি মাহৰ গৰ্ভৱতী। মৰিগাঁও জিলাত পঠা নামৰ এজন লম্পট বৃদ্ধই এগৰাকী ৯ …