Fashion : ৩১ জানুৱাৰীত অনুষ্ঠিত হ’ব ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে
গুৱাহাটী, ২৯ জানুৱাৰী, ২০২৫ : উত্তৰ-পূব ভাৰতৰ ফেশ্বন আৰু প্ৰতিযোগিতামূলক অনুষ্ঠানৰ পথ প্ৰদৰ্শক মেগা এণ্টাৰটেইনমেণ্টে ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্টৰ (Mega North East) গ্ৰেণ্ড ফিনালেৰ দিন ঘোষণা কৰিছে। বহু প্ৰত্যাশিত এই অনুষ্ঠানটো অহা ৩১ জানুৱাৰী, ২০২৫ তাৰিখে গুৱাহাটীৰ …