আৰক্ষীৰ জালত ব্ৰাউন চুগাৰ সহ এজন সৰবৰাহকাৰী
কুন্দন ভৰালী ১৬ অক্টোবৰ পুনৰ নগাঁৱত আৰক্ষীৰ জালত এজন ড্ৰাগছ সৰবৰাহকাৰী। এইবাৰ ব্ৰাউন চুগাৰসহ নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন সৰবৰাহকাৰীক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক হাৰত বৃদ্ধি পাইছে বিভিন্ন নিচাজাতীয় সমগ্রীৰ ৰমৰমীয়া বেহা। বিশেষকৈ নগাঁও জিলাৰ চুকে কোনে সহজলভ্য হৈ পৰিছে …