বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ
আব্দুল হক নগৰবেৰা ৯ নৱেম্বৰ বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ। একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে বন বিভাগক মেনেজ কৰি চোৰাং কাঠৰ ব্যৱসায় চলাই থকাৰ অভিযোগৰ মাজতে বন বিভাগৰ চোৰাং কাঠ বিৰোধী অভিযান। কামৰূপ জিলাৰ নগৰবেৰা আৰু ইয়াৰ পাৰ্শৱৰ্তী …