হাটশিঙিমাৰীত ৰাষ্ট্ৰীয় পোষণ মাহ ২০২০ ৰ শুভাৰম্ভ
আব্দুল বাশিদ সৰকাৰ হাটশিঙিমাৰী দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৃহস্পতিবাৰে দুপৰীয়া ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ ৰাষ্ট্ৰীয় পোষণ মাহ ২০২০ ৰ শুভাৰম্ভ কৰে অতিৰিক্ত জিলা উপায়ুক্ত ইনামুল হকে। জিলাভিত্তিক পৰ্যায়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পোষণ মাহৰ …