স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ওদালগুৰিত উদ্ধাৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ

গুৱাহাটী ১৪ আগষ্ট স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ওদালগুৰি জিলাত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। মহানগৰ আৰক্ষী আৰু ওদালগুৰি আৰক্ষীয়ে যুটীয়া অভিযান চলাই উদ্ধাৰ কৰে অস্ত্ৰ-শস্ত্ৰসমূহ। পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় অস্ত্ৰ-শস্ত্ৰসমূহ। কৰ’ণা ভাইৰাছৰ ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে শনিবাৰে দেশবাসীয়ে উদযাপন কৰিব ৭৪ সংখ্যক …

শিঙৰা নদীৰ সংহাৰী বানে উটুৱাই নিলে ৬ জনকৈ লোকক

ইজনা মামুল হক চৌধুৰী লখিমপুৰ ১৪ আগষ্ট লখিমপুৰত জলপ্ৰলয়। শিঙৰা নদীৰ সংহাৰী বানে উটুৱাই নিলে ৬ জনকৈ লোকক। হাৰমতিত বানত ডুবিল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। দ’লহাটত শিঙৰাৰ বানে চিঙিলে গড়কাপ্তানী পথ। শ শ লোকৰ ঘৰ-দুৱাৰ নিলে উটুৱাই নিলে শিঙৰা নদীৰ …

চিৰিয়াখানা লৈ আগমন চিম্বাৰ

ছৰফৰাজ খান গুৱাহাটী ১৪ আগষ্ট অসম ৰাজ্যিক চিৰিয়াখানা লৈ আগমন ঘটিছে তিনিটাকৈ নতুন আলহীৰ। আলহী তিনিটাৰ আগমন লকডাউনৰ মাজতে ঘটিছিল যদিও চিৰিয়াখানাৰ কৰ্তৃপক্ষই ৰাজহুৱা কৰা নাছিল নতুন আলহীৰ আগমনৰ খবৰ। চিৰিয়াখানাৰ এই তিনিটা নতুন আলহীৰ এটাৰ নাম চিম্বা আৰু আনটোৰ …

নগাঁৱৰ জুৰীয়াত ড্ৰাগছ আসক্ত যুৱক আটক

শিবেন্দু বৰা জুৰীয়া ১৩ আগষ্ট নগাঁও জিলাৰ জুৰীয়াত ড্ৰাগছ আসক্ত এজন যুৱক আটক। স্থনীয় ৰাইজে ড্ৰাগছ আসক্ত যুৱক জনক আটক কৰি আৰক্ষীক গতাই দিয়ে। আৰক্ষীৰ দুৰ্বল ভূমিকাৰ ফলত জিলাখনত ড্ৰাগছ আসক্ত কিশোৰ-যুৱকৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ অভিযোগ ৰাইজৰ। মাৰাত্মক …

কভিড পৰীক্ষাৰ ফলাফল পজিটিভ অহাত চিকিৎসা কৰ্মীক আক্ৰমণ কৰি পলায়ন

কুন্দন ভৰালী নগাঁও ১৩ আগষ্ট নগাঁৱত ভয়াবহ ঘটনা। চিকিৎসা কৰ্মীক আক্ৰমণ কৰি পলাল কভিড আক্ৰান্ত। কভিড পৰীক্ষাৰ ফলাফল পজিটিভ অহাত চিকিৎসা কৰ্মীক আক্ৰমণ কৰি পলায়ন কভিড আক্ৰান্তৰ। নগাঁৱত সংঘটিত হৈ এক ভয়াবহ ঘটনা। চিকিৎসা কৰ্মীক আক্ৰমণ কৰি পলাল কভিড পজিটিভ …

ছয়গাঁৱৰ চি জি ফুডত উদ্যোগত ৩৭ গৰাকী কৰ’ণা ভাইৰাছত আক্রান্ত ৰোগী

ছয়গাঁও ১৩ আগষ্ট ছয়গাঁৱৰ চি জি ফুডত উদ্যোগত ৩৭ গৰাকী কৰ’ণা ভাইৰাছত আক্রান্ত ৰোগী। গণসংক্ৰমণৰ আশংকাৰ পিচতো উদ্যোগটোত চলি আছে কাম। ক্ষোভিত হৈ পৰিছে উদ্যোগটোত কৰ্মৰত কৰ্মচাৰী সকল। ৰাজ্যত অব্যাহত কৰ’ণা ভাইৰাছৰ সংহাৰ৷ প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাই আছে কৰ’ণা ভাইৰাছত …

কুখ্যাত তীৰ মাফিয়া আৰক্ষীৰ জালত

আনিছুৰ আলী গৌৰীপুৰ  ১৩ আগষ্ট অৱশেষত কুখ্যাত তীৰ মাফিয়া আৰক্ষীৰ জালত। নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত তামাৰহাটৰ কুখ্যাত তীৰ মাফিয়া চান মিঞাক আটক কৰিলে আৰক্ষীয়ে। কুখ্যাত তীৰ মাফিয়াক চান মিঞাক পাগলাহাট আৰক্ষীয়ে কৰে আটক৷ ধুবুৰী জিলাত চলি থকা অবৈধ বেহাৰ …

শ্ৰীৰামপুৰত বিদ্যুৎৰ লুকাভাকুত অতিষ্ঠ ৰাইজ

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ১৩ আগষ্ট কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত শ্ৰীৰামপুৰত বিদ্যুৎৰ লুকাভাকুত ৰাইজ অতিষ্ঠ হৈ পৰিছে। বিদ্যুৎৰ লুকাভাকু এক নিয়মত পৰিণত হোৱাত শ্ৰীৰামপুৰ অঞ্চলত যোৱা দীৰ্ঘদিন ধৰি ৰাইজৰ অৱস্থাৰ আৰু অধিক অৱনতি হোৱাত বিদ্যুৎ গ্ৰাহক সকলে বিভাগটোৰ …

ছয়গাঁও পঞ্চায়ত কার্যলায় স্থানান্তৰিত কৰাকলৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া

ছয়গাঁও ১৩ আগষ্ট ছয়গাঁও পঞ্চায়ত কাৰ্যালয় ছয়গাঁও বজাৰৰ মাজলৈ স্থানান্তৰিত কৰাক লৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বৰ্তমান কোনো অসুবিধা নোহোৱাকৈ চলি থকা কাৰ্যালয়টো আঞ্চলিক পঞ্চায়তৰ লগতে গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ পৰা আপত্তিবিহীন প্ৰমাণ পত্ৰ নোহোৱাকৈ স্থানান্তৰ কৰাৰ বাবে গাঁও …

পঞ্চায়তৰ সভাপতিয়ে শাৰিৰীক ভাৱে প্ৰহাৰ কৰিলে উপ-সভাপতিক

কলগাছিয়া ১২ আগষ্ট জনীয়াৰ কলগাছিয়া গাঁও পঞ্চায়তৰ সভাপতি ৰফিক ভূঞাৰ ঘৃণনীয় কাণ্ড। নিজ পঞ্চায়তৰ উপ-সভাপতি মহৰ আলী মণ্ডলক শাৰিৰীক ভাৱে প্ৰহাৰ। বৰপেটা জিলাৰ কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত কলগাছিয়া গাঁও পঞ্চায়তৰ সভাপতি ৰফিক ভূঞাই নিজ পঞ্চায়তৰ উপ-সভাপতি মহৰ আলী মণ্ডলক …