বি টি চি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বৰ আৰম্ভ হৈছে দল বাগৰা ৰাজনীতি
মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ২০ ছেপ্তেম্বৰ বি টি চিৰ ৬ নম্বৰ কচুগাঁও পৰিষদীয় সমষ্টিত ইউ পি পি এল আৰু গণ সুৰক্ষা পাৰ্টী ত্যাগ কৰি ডেৰ শতাধিক পুৰুষ-মহিলাৰ বি পি এফত যোগদান। শনিবাৰেও শ্ৰীৰামপুৰত শতাধিক লোকে কংগ্ৰেছ আৰু এ আই ইউ …