নিৰ্বাচনত জয়লাভ কৰাৰ পিছৰে পৰা বিধয়াকক দেখা নাপাই সমষ্টিবাসীৰ প্ৰতিবাদ
আনিছুৰ আলী গৌৰিপুৰ ১৭ ছেপ্টেম্বৰ নিৰ্বাচনত জয়লাভ কৰাৰ পিছৰে পৰা দেখা-দেখি নাই বিধয়াকৰ। সমষ্টিবাসীৰ আশাত চেঁচা পানী ঢালি বিধায়ক নিৰুদ্ধেশ। অৱশেষত বিধায়কক বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিলে সমষ্টিবাসী ৰাইজ। নিৰ্বাচনৰ পূৰ্বে ভোটাৰ ৰাইজক সপোন দেখুৱাই জয়লাভ কৰি দিছপুৰলৈ গৈয়ে সমষ্টিবাসীক পাহৰিলে …