‘বিশ্ব এইডছ দিৱস’ উপলক্ষে গুৱাহাটী আয়ুৰ্বেদিক মেডিকেল কলেজৰ বিশেষ ৰেলী আৰু বাটৰ নাট

গুৱাহাটী, সংবাদ ৩৬৫, ২ ডিচেম্বৰ : সমগ্ৰ বিশ্বতে ১৯৮৮ চনৰ পৰা প্ৰতিবছৰে ডিচেম্বৰ মাহৰ এক তাৰিখ ‘বিশ্ব এইডছ দিৱস’ পালন কৰি অহা হৈছে। সমগ্ৰ বিশ্বতে এই ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলৈ মানুহৰ মাজত সজাগতা বৃদ্ধি কৰাটোৱেই এই দিৱসৰ তাৎপৰ্য। সেয়ে, …

কেব বাতিলৰ দাবীৰে ৬ ডিচেম্বৰত ” ৰণহুংকাৰ ” কাৰ্য্যসূচী কটনিয়ানৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২ ডিচেম্বৰ : সোমবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিষয়ববীয়াসকলে যুটীয়াকৈ কেবৰ সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰে । কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ২০১৪-১৫ বৰ্ষৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি দাসে কয় – “কেবক লৈ অসমৰ …

নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতাৰে ৫ ডিচেম্বৰত দিছ্পুৰ লাষ্টগেটত গণ ধৰ্ণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিলৰ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ সংবাদমেল । দিল্লীত অমিত শ্বাহৰ সৈতে ৰাজনৈতিক, অৰাজনৈতিক সংগঠনৰ আলোচনাৰ সন্দৰ্ভত কয় যে দিল্লীত চলা আলোচনা একো একোটা ভেকো ভাওনা ৰূপে প্ৰতিষ্ঠিত হৈছে। …

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২ ডিচেম্বৰ : বছৰৰ শেষৰ প্ৰথম দিনটোতে বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য । ১৩.৫০ টকাকৈ বৃদ্ধি পায় প্ৰতিটো চিলিণ্ডাৰৰ মূল্য। ইণ্ডিয়ান অইল কৰ্প’ৰেচনৰ অফিচিয়েল বেৱছাইটৰ তথ্য অনুসৰি, ১ ডিচেম্বৰত দিল্লীত ১৪.২ কিলোগ্ৰামৰ ৰাজসাহায্যবিহীন প্ৰতিটো চিলিণ্ডাৰৰ …

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষাত অসমীয়া বিভাগত উজ্জ্বলি উঠিল চয়নিকা চৌধুৰী

গুৱাহাটী, সংবাদ ৩৬৫, ২ ডিচেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষাত ৰঙিয়াৰ চয়নিকা চৌধুৰীৰ বিশেষ সফলতা। অসমীয়া বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি উজ্জ্বলি উঠিল চয়নিকা চৌধুৰী। চি জি পি এ ৭.৪৪ লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীয়ে। অশেষ চেষ্টা আৰু …

ডিঙি ৰেপি যুৱকক হত্যা

কলগাছিয়া, সংবাদ ৩৬৫, ১ ডিচেম্বৰ : বৰপেটা সদৰ থানাৰ অন্তৰ্গত ৰূপাকুচি গাঁৱৰ নুৰুল ইছলামৰ পুত্ৰ আল মামুন । আল মামুনে মহাৰাষ্ট্ৰৰ এটা কোম্পানীৰ এম এইছ ০৪ এইছ এছ ০৪২২ নম্বৰৰ এখন ট্ৰাক চলাইছিল। যুৱকজনে মাল ভৰ্তি ট্ৰাকলৈ মহাৰাষ্ট্ৰৰ পৰা তেজপুৰলৈ …

ফেচবুক প্ৰেম : দুইমহীয়া সন্তান এৰি প্ৰেমিকা হাজিৰ প্রেমিকৰ ঘৰত

কলগাছিয়া, সংবাদ ৩৬৫, ১ ডিচেম্বৰ : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সাওৰাচৰা গাঁৱৰ এগৰাকী দুটা সন্তানৰ মাতৃ । একেখন গাঁৱৰে ছানোৱাৰ হুছেইন নামৰ এজন যুৱকৰ সৈতে ফেচবুকৰ জৰিয়তে প্ৰেমৰ সম্পৰ্ক হয় মাতৃগৰাকীৰ । নিজ ঘৰলৈ মাতি নি অবৈধ সম্পৰ্ক স্থাপন কৰা …

অত্যধিক চেনি আৰু নিমখ নাখাবৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই দিছে সাৱধানবাণী

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ ডিচেম্বৰ : বিশ্বৰ সকলো দেশতে বসবাস কৰা লোকৰ স্বাস্থ্য সম্পৰ্কত চিন্তা ব্যক্ত কৰি সকলো লোককে চেনি খোৱাৰ পৰিমাণ হ্ৰাস কৰাৰ পৰামৰ্শ দিছে বিশ্ব স্বাস্থ্য সংস্থাই । মানুহৰ দেহৰ বাবে হানিকাৰক চেনি। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন …

চকলেট প্ৰেমীসকলৰ বাবে সুখবৰ : বিভিন্ন ধৰণৰ চক’লেটৰ খাদ্য সম্ভাৰৰ জুতি ল’ব পাৰিব দ্যা চক’লেট ৰুমত

তেজপুৰ, ৩০ নবেম্বৰ, সংবাদ ৩৬৫, ২০১৯ : তেজপুৰৰ এখন চক’লেট কাফে । নাম দ্যা চক’লেট ৰুম । এই চক’লেট কাফেখনত গ্ৰাহকে বিভিন্ন ধৰণৰ চক’লেটৰ খাদ্য সম্ভাৰৰ লগতে এক নতুন ‘লাইভ কিৎচ্চেন’ ধাৰণাৰ লগত পৰিচয় হ’ব। উত্তৰ-পূৰ্বাঞ্চলৰ শিলচৰৰ পিছতে এইখন দ্বিতীয়খন …

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষাৰ দেহাৱসান

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ নৱেম্বৰ : সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা তথা এক বৈচিত্ৰময় কৰ্মবহুল জীৱনত অনন্য ব্যক্তিত্বৰে অজশ্ৰ জনক অনুপ্ৰাণিত কৰি অহা গুৱাহাটী আমবাৰী নিবাসী চেনেহী বেগমৰ শনিবাৰে ৮২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। কিছুদিনৰ পৰা ৰোগাক্ৰান্ত হৈ চিকিৎসাধীন থকা …