চূড়ান্ত হ’ল মুকেশ ফাঁচি কাঠত নিৰ্ধাৰিত সময়ত উঠাটো
নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৯ জানুৱাৰী : ছুপ্ৰীম ক’ৰ্টত খাৰিজ কৰা হৈছে নিৰ্ভয়াৰ দোষীসকলৰ অন্যতম মুকেশ সিঙৰ আৱেদন । এতিয়া চূড়ান্ত হ’ল মুকেশ ফাঁচি কাঠত নিৰ্ধাৰিত সময়ত উঠাটো । অপৰাধী মুকেশে ৰাষ্ট্ৰপতিয়ে দয়া প্ৰাৰ্থনা খাৰিজ কৰাৰ পিছতে উচ্চতম ন্যায়ালয়ত এই …