সভা এৰি জংঘলৰ মাজেৰে পলাল মন্ত্ৰী ফণীভূষণ : ৰামেশ্বৰ তেলীকো ঘেৰাও আছু কৰ্মীৰ
বঙাইগাঁও, সংবাদ ৩৬৫, ৭ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ বাবে সভা এৰি পলাব লগা হ’ল যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী। শনিবাৰে আছু, আক্ৰাছু, গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ সদস্য সকলে বঙাইগাঁও জিলাৰ মানিকপুৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি …