হায়দৰাবাদ ধৰ্ষণত অভিযুক্ত ৪ অপৰাধীক গুলীয়াই হত্যা আৰক্ষীৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৬ ডিচেম্বৰ : হায়দৰাবাদ ধৰ্ষণত অভিযুক্ত ৪ অপৰাধীক গুলীয়াই হত্যা কৰিলে আৰক্ষীয়ে । প্ৰাপ্ত খবৰ অনুসৰি অপৰাধ সংঘটিত কৰা ঠাইলৈ আৰক্ষীয়ে লৈ গৈছিল চাৰিও অপৰাধীক । সুযোগ বুজি অপৰাধী কেইটাই পলাবলৈ চেষ্টা কৰিছিল । আৰক্ষীৰ হাতত …

কেব’ৰ বিৰোধীতাৰে প্ৰতিবাদ সাব্যস্ত কৰি সোণাপুৰত বাইক ৰেলী

সোণাপুৰ, সংবাদ ৩৬৫, ৫ ডিচেম্বৰ : ৰাজ্যত এতিয়া অব্যাহত আছে কেব’ৰ বিৰুদ্ধে প্ৰতিবাদৰ ঢৌ । সকলোতে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ। সোণাপুৰতো বৃহস্পতিবাৰে ডিমৰিয়া আঞ্চলিক ছাত্ৰ সন্থাই কেব’ৰ বিৰুদ্ধে বাইক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰে । শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী …

শুকুৰবাৰে ৰাকেশ বেদীৰ নাটকেৰে মুকলি হ’ব ৪ৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল

গুৱাহাটী, সংবাদ ৩৬৫, ৫ ডিচেম্বৰ : শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব ৪ৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল। গুৱাহাটী মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃ্তিক প্ৰকল্প প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই নাট মহোৎসৱ। অসম পৰ্যটন, এপ’ল’ হাস্পতাল, পূৰবী ডায়েৰী, বেংক অৱ বৰোডা, ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন, …

১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা : এইবাৰৰ পৰীক্ষাত পৰীক্ষাৰ্থীৰ সন্মুখতে নিৰীক্ষকে খুলিব লাগিব প্রশ্ন কাকত

গুৱাহাটী, সংবাদ ৩৬৫, ৫ ডিচেম্বৰ : ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । ছেবাই ইতিমধ্যে পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে । সেই অনুসৰি ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা ৷ ১১ ফেব্ৰুৱাৰীত মিউজিক, ডান্স। ১৩ ফেব্ৰুৱাৰীত ঐচ্ছিক বিষয়সমূহৰ …

ইজিপ্তৰ পৰা পিঁয়াজ আনি অসমবাসীক খুওৱাৰ প্ৰতিশ্ৰুতি মন্ত্ৰী ফণীভূষণৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৫ ডিচেম্বৰ : দিনে দিনে বৃদ্ধি পাই আছে পিয়াঁজৰ মূল্য । মহানগৰীত এতিয়া প্ৰতি কেজি পিয়াঁজৰ দাম ১০০ ৰ পৰা ১১০ টকা। ইয়াৰ মাজতে চৰ্চাত আহিলে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী। মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে অসমৰ ৰাইজক এইবাৰ ইজিপ্তৰ …

কৃষক মুক্তিৰ প্ৰতিবাদৰ বাবে ওলাই অহা কেইবাশতাধিক লোকক আটক আৰক্ষীৰ

গোৱালপাৰা, সংবাদ ৩৬৫, ৫ ডিচেম্বৰ : শুকুৰবাৰে দিছ্পুৰ লাষ্টগেটত নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধীতাৰে কৃষক মুক্তিয়ে কৰা আন্দোলনৰ বাবে ওলাই অহা কেইবাশতাধিক লোকক কৃষ্ণাইত আটক কৰে। গোৱালপাৰা জিলাৰ বিভিন্ন স্থানৰ পৰা দিছ্পুৰ লাষ্টগেটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী বিশাল গণ …

লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা,অতুল বৰা, ৰঞ্জিত দাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত

লখিমপুৰ, সংবাদ ৩৬৫, ৪ ডিচেম্বৰ : কেন্দ্ৰীয় কেবিনেটত কেব অনুমোদন কৰাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । পূৰ্বতকৈও আন্দোলন সবল কৰাৰ প্ৰতিশ্ৰুতি সকলো দল-সংগঠনৰ। লখিমপুৰ জিলা ছাত্ৰ সন্থাই বিভিন্ন কটু মন্তব্যৰে হিমন্ত বিশ্ব শৰ্মা,অতুল বৰা, সৰ্বানন্দ সোণোৱালৰ আদি মন্ত্ৰীৰ …

” মন্ত্ৰীত্বৰ স্বাৰ্থত আইক বিক্ৰী কৰিলো, মা নহয় গাদী ডাঙৰ ” : ৮৫৫জন শ্বহীদক কৰা অপমানত অনুতপ্ত হৈ আত্মহত্যা অতুল বৰাৰ

গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ৪ ডিচেম্বৰ : মঙলবাৰৰ নিশা অগপৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত অতুল বৰাৰ চুইছাইদ নোটৰ লগতে দেখা পোৱা যায় অতুল বৰাৰ এটি মৃতদেহৰ প্ৰতিকৃতি। চুইছাইড নোটত উল্লেখ আছে ” নমস্কাৰ, মই অতুল বৰা। নিজৰ মন্ত্ৰিত্ব ৰক্ষাৰ …

কেন্দ্ৰীয় কেবিনেটত অনুমোদন কেবক : এসময়ৰ জাতীয় নায়ক আৰু হিমন্ত বিশ্ব শৰ্মাৰ হাতত কিমানদূৰ সুৰক্ষিত অসমীয়া জাতি

গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ৪ ডিচেম্বৰ : বুধবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰীয় কেবিনেটত অনুমোদন জনালে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত সংসদভৱনত অনুষ্ঠিত হোৱা কেবিনেটৰ বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন জনোৱা হয়। ইয়াৰ পিছতে সংসদত উত্থাপন কৰা হব বিধেয়কখন। …

নাগৰিকত্ব সংশোধনী বিধেয়েকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কৰ্ম জীৱনৰ পৰা স্বেচ্ছাই অব্যাহতি ল’লে এগৰাকী যুৱকে

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৪ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়েকৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে ৰাজ্য । সকলো দল-সংগঠন, ছাত্ৰ সমাজ প্ৰতিবাদেৰে নামি পৰিছে ৰাজপথত । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বায়ু সেনাৰ পৰা স্বেচ্ছাই অব্যাহতি ল’লে হিমাংশু গগৈয়ে …