জিঅ’ৰ নতুন প্লেন : আই ইউ চি চার্জৰ নামত গ্ৰাহকৰ পৰা জিঅ’ই সংগ্ৰহ কৰিব প্ৰতি মিনিটত ৬ টকাকৈ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ অক্টোবৰ : ৰিলায়েন্স জিঅ’ৰ নতুন প্লেন অনুসৰি জিঅ’ৰ গ্ৰাহকসকলে অন্য নেটৱৰ্কলৈ ফোন কৰিলে প্ৰতি মিনিটত ৬পইচাকৈ ভৰিব লাগিব। ইণ্টাৰকানেক্ট ইউজেছ চাৰ্জৰ নামত জিঅ’ই গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিব প্ৰতি মিনিটত ৬ পইচাকৈ। কিন্তু জিঅ’ৰ পৰা জিঅ’লৈ …

কলগাছিয়াৰ বালিকুৰিত বি জে পি দলৰ নিৰ্বাচনী সভা

কলগাছিয়া, সংবাদ ৩৬৫, ৯ অক্টোবৰ : জনীয়া সমষ্টিৰ উপ-নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে জনীয়া সমষ্টিত বিজেপিৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপি দলে সমষ্টিটোৰ বিভিন্ন ঠাইত ভোটাৰক আকৰ্ষিত কৰাৰ বাবে জোৰদাৰ প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। বুধবাৰে বালিকুৰি বজাৰ প্ৰাংগণত …

জনীয়া সমষ্টিৰ প্ৰতি গৰাকী মহিলা ভোটাৰৰ একাউণ্টত দিয়া হ’ব পাঁচ হেজাৰ টকা : কোনো দলৰ কোনো ষ্টাৰ কেম্পেনাৰে ধৰি ৰাখিব নোৱাৰে বিধান সভালৈ যোৱাৰ বাবে

জনীয়া, সংবাদ ৩৬৫, ৯ অক্টোবৰ : আগন্তুক ২১ অক্টোবৰত জনীয়া সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বতাহ লাহে লাহে গৰম হৈ উঠা পৰিলক্ষিত হৈছে। অন্যান্য প্ৰাৰ্থী সকলৰ লগতে কঁকালত টঙালি বান্ধিছে নেচনেল পিপুলচ পাৰ্টিৰ মনোনীত প্ৰাৰ্থী চানমামুদে। চানমামুদে নিৰ্বাচনী প্ৰচাৰ অধিক গতিশীল …

কংগ্ৰেছ কেৱল এৰুপ্লেনত ঘূৰি-ফুৰা দল : বাৰ বছৰ বনবাসত থাকি ঘৰলৈ ঘুৰি আহিলো – প্ৰাক্তন বিধায়ক আব্দুৰ ৰৌফ

জনীয়া, সংবাদ ৩৬৫, ৯ অক্টোবৰ : আগন্তুক ২১ অক্টোবৰত ৰাজ্যৰ চাৰিটা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ ভিতৰত বৰপেটা জিলাৰ জনীয়া সমষ্টি হৈছে এটা উল্লেখনীয় সমষ্টি। এই সমষ্টিটোত কংগ্ৰেছ দলৰ পৰা কুৰি গৰাকী প্ৰাৰ্থীয়ে দলীয় টিকট বিচাৰি আবেদন কৰিছিল। তাৰে ভিতৰত আছিল প্ৰাক্তন …

জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফৰ কলগাছিয়াত মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন

জনীয়া, সংবাদ ৩৬৫, ৮ অক্টোবৰ : এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামে এক সাক্ষাতকাৰত কয় যে কংগ্ৰেছ বিজেপিৰ মিত্ৰতা আছে বুলি অসমৰ ৰাইজে জানে। ইউ ডি এফৰ সৈতে বিজেপিৰ কোনো ধৰণৰ আলোচনা থাকিলে ৰাজ্যত হৈ থকা …

কলগাছিয়া ক্ৰিকেট একাডেমি উদ্বোধন : শুভ উদ্বোধন ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অজিত কলিতা আৰু প্ৰাক্তন ৰঞ্জীত ক্ৰিকেট খেলুৱৈ জাবেদ আকতাৰ

বৰপেটা, সংবাদ ৩৬৫, ৮ অক্টোবৰ : বৰপেটা জিলাৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ কলগাছিয়াত আজি বিজ্ঞান সন্মত ভাৱে ক্ৰিকেট একাডেমিৰ শুভ উদ্বোধন কৰা হয়। তদুপলক্ষে দেৱান মুস্তাফিজুৰ ৰহমানৰ সভাপতিত্বত এখন উদ্বোধনী সভা অনুষ্ঠিত কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ডাঃ নজৰুল ইছলামে। …

১৫ অক্টোবৰৰ ভিতৰত ভেৰিফিকেশ্যন কৰিব লাগিব ভোটাৰ আই ডি

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৭ অক্টোবৰ : ১৫ অক্টোবৰৰ ভিতৰত ভেৰিফিকেশ্যন কৰিব লাগিব আপোনাৰ ভোটাৰ আই ডি। যোৱা ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে এই নতুন প্ৰক্ৰিয়া। ভোটাৰৰ তালিকা আপডেট আৰু সম্পূৰ্ণ প্ৰক্ৰিয়াটো অধিক স্বচ্ছ কৰিবলৈ ভাৰতীয় নিৰ্বাচন আয়োগে হাতত লৈছে …

জনীয়া বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে জনীয়া মণ্ডল নিৰ্বাচনী প্ৰচাৰ কমিটি গঠন

জনীয়া, সংবাদ ৩৬৫, ৬ অক্টোবৰ : আগন্তুক ২১ অক্টোবৰত জনীয়া সমষ্টিকে ধৰি ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে শনিবাৰে জনীয়া মণ্ডল প্ৰচাৰ কমিটি গঠন কৰা হয়। সেই উপলক্ষে জনীয়া কংগ্ৰেছ দলৰ নিৰ্বাচনী অস্থায়ী প্ৰচাৰ কাৰ্যালয়ত জনীয়া গাওঁ পঞ্চায়তৰ …

মূৰৰ পৰা মাত্ৰ ছয় ইঞ্চি ওপৰেৰে গৈছে বিদ্যুৎ সৰবৰাহ তাঁৰ : বিদ্যুৎ বিভাগে বিহিত ব্যবস্থা গ্ৰহণ নকৰিলে আন্দোলনৰ হুংকাৰ গঞাৰ

বৰপেটা, সংবাদ ৩৬৫, ৬ অক্টোবৰ : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ছাপৰা গাঁৱত বৰপেটা বিদ্যূৎ সংমণ্ডলে বিদ্যূৎ সৰবৰাহৰ নামত মৰণ ফান্দ পতাৰ অভিযোগ উত্থাপন হৈছে। মূৰৰ পৰা মাত্ৰ ছয় ইঞ্চি ওপৰেৰে বিপদ সংকুল ভাৱে বিদ্যূৎ সৰবৰাহ তাঁৰ ওলমি পৰিছে। এঘৰ …

চন্দ্ৰযান ২ ৰ আৰ্হিত এখন বিশাল পূজা মণ্ডপ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৫ অক্টোবৰ : দুৰ্গা পূজা উপলক্ষে বিভিন্ন আৰ্হিত শিল্পীৰ হাতত গঢ় লৈ উঠিছে পূজা মণ্ডপসমূহ। এইবাৰ চন্দ্ৰযান-২ ৰ আৰ্হিত শিল্পীৰ হাতত প্ৰাণ পাই উঠিলে বাক্সাৰ এখন পূজা মণ্ডপ । প্ৰায় ৮৫ ফুট উচ্চতাৰ পূজা মণ্ডপটো বাক্সাৰ …