ছাডেন ভিজিট কৰি বিদ্যালয়ত মধ্যাহ্ন ভোজন পৰীক্ষা কৰিব মন্ত্ৰী ভট্টাচাৰ্য্যই
গুৱাহাটী, সংবাদ ৩৬৫, ৬ নৱেম্বৰ : বিদ্যালয়সমূহত নিম্ন মানদণ্ডৰ খাদ্য মধ্যাহ্ন ভোজনত পৰিবেশন কৰোৱাত ক্ষোভিত ফাটি পৰিছিল শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ৰন্ধন কৰ্মচাৰী, সাধাৰণ জনতাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলো। এই নিম্ন মানদণ্ডৰ খাদ্যক লৈ হোৱা ঘটনাবোৰ প্ৰথমতে আওকাণ কৰি আহিছিল যদিও এতিয়া যেন বিশ্বাস …