গান্ধী পৰিয়ালৰ এছপিজি নিৰাপত্তা ব্যৱস্থা উভতাই লোৱাৰ সিদ্ধান্ত কেন্দ্ৰ চৰকাৰৰ
নতুন দিল্লী, ৮ নৱেম্বৰ: বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গান্ধী পৰিয়ালৰ এছপিজি নিৰাপত্তা ব্যৱস্থা উভতাই লোৱাৰ সিদ্ধান্ত লৈছে। গৃহ মন্ত্ৰণালয়ৰ এক সূত্ৰৰ খবৰ অনুসৰি কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ এছপিজি নিৰাপত্তা উভতাই লোৱা হ’ব। সূত্ৰৰ খবৰ অনুসৰি …