গোপালপুৰত বনৰীয়া হাতীৰ সন্ত্ৰাস : পথাৰত পকা ধান খাই তহিলং হাতীৰ জাকৰ
লখিমপুৰ, সংবাদ ৩৬৫, ৪ নৱেম্বৰ : তিনিজনীয়া বনৰীয়া হাতীৰ দলে দীৰ্ঘদিনৰ পৰা বোকানলা আৰু গোপালপুৰ গাঁৱৰ পথাৰৰ পকা ধান খাই তহিলং কৰিছে। জানিব পৰা অনুসৰি লখিমপুৰ জিলা বন বিভাগৰ অধীনৰ কাকৈ বন খণ্ডৰ বোকানলা বনাঞ্চলৰ পৰা ওলাই আহি বনৰীয়া হাতীকেইটাই …