NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ১ জানুৱাৰী ২০২৫ ৰ পৰা কাৰ্যকৰী কৰা হ’ব নতুন ৰে’লৰ সময়সূচী
নিউজ ডেস্ক, ৩১ ডিচেম্বৰ, ২০২৪ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১ জানুৱাৰী, ২০২৫ তাৰিখৰ পৰা ৰে’লৰ নতুন সময়সূচী (Railway Time Table) কাৰ্যকৰী কৰিবলৈ সাজু হৈছে। উন্নীতকৰণ, যাত্ৰীৰ সা-সুবিধাসমূহ অধিক বৃদ্ধি কৰা আৰু সমগ্ৰ অঞ্চলটোত পৰিচালন দক্ষতাৰ ত্বৰান্বিতকৰণ সুশৃংখল কৰাৰ লক্ষ্যৰে বহুতো …