এখন গাঁওৰ আৱন্টিত পথ আন এখন গাঁওত নিৰ্মাণ : ৰাইজৰ প্ৰতিবাদ
বৰপেটা, সংবাদ ৩৬৫, ১৮ ছেপ্টেম্বৰ : বৰপেটা জিলা গড়কাপ্তানী গ্ৰাম্য পথৰ অন্তৰ্গত প্ৰধান মন্ত্ৰী গ্ৰাম্য পথ যোজনাৰ অধীনৰ এটা নির্মাণৰত পথক লৈ বাঘবৰৰ বালাজানত বিধায়ক শ্বেৰমান আলী আৰু গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সোনাবাৰী আৰু টাকাকাটা গাঁওৰ ৰাইজে। উল্লেখযোগ্য …