অন্যান্য পিছৰা শ্ৰেণী সন্মিলনীৰ বিশাল জনসভা : সভাত জুলহা জনগোষ্ঠীক পিছপৰা শ্ৰেণীত অন্তভুৰ্ক্ত কৰাৰ দাবী
বৰপেটা, সংবাদ ৩৬৫, ২২ ছেপ্টেম্বৰ : শনিবাৰে বৰপেটা জিলাৰ ফিঙুৱা (মিল চ’কত) সদৌ বৰপেটা জিলা জুলহা জনগোষ্ঠীৰ উদ্যোগত বৰপেটা জিলাৰ অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনীৰ এখন বিশাল সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে অনিৰুদ্ধ দাসে। সভাত সদৌ অসম অন্যান্য পিচপৰা শ্ৰেণী …