দুৰ্বিসহ জীৱনক প্ৰত্যাহ্বান জনাই বয়ন শিল্পৰে জিলিকিছে তিতাবৰৰ একাংশ মহিলা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৬ ছেপ্টেম্বৰ : তিতাবৰৰ অসম নাগালেণ্ড সীমান্তৰ একাংশ সৃষ্টিশীল মহিলাৰ স্বাৱলম্বীতাৰ নিদৰ্শন। কাংকান নামৰ এটা স্থানীয় আত্মসহায়ক গোটৰ উদ্যোগত কেইখনমান তাঁতশালৰ জৰিয়তে কৰ্মৰ পাতনি মেলা মহিলা সকলে দাঙি ধৰা স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন একাংশ মহিলাৰ বাবে এতিয়া …

শওঁপুৰত বেঁকী নদীৰ ব্যাপক গৰাখহনীয়া : দুই শতাধিক পৰিয়ালৰ প্ৰতি তীব্ৰ ভাবুকি

বৰপেটা, সংবাদ ৩৬৫, ১৫ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওঁপুৰত বেঁকী নদীৰ ব্যাপক গৰাখহনীয়াই নৈপৰীয়া সকলৰ নিদ্ৰা হৰণ কৰিছে। অব্যাহত থকা গৰাখহনীয়াত ইতিমধ্যে সাতটাকৈ পৰিয়াল নদীৰ বুকুত জাঁহ যোৱাৰ লগতে সম্প্ৰতি দুই শতাধিক পৰিয়াললৈ তীব্ৰ ভাবুকি আহিছে। …

অপহৃত নৱজাতক আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ : অসম আৰক্ষীক ধন্যবাদ ৰাইজৰ

বৰপেটা, সংবাদ ৩৬৫, ১৫ ছেপ্টেম্বৰ : যোৱা ১৩ তাৰিখে বৰপেটা জিলাৰ জাহোৰপামৰ অন্তৰ্গত বাঁহমূৰা গাঁৱত সংঘটিত হয় মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। মাকৰ বুকু উদং কৰি গভীৰ নিশা চুৰি কৰি নিছিল ১৪ দিনৰ বিলকিছ পাৰবিন নামৰ এটি নৱ জাতক। …

সাংবাদিকৰ বাবে চেন্নাইৰ চিকিৎসালয়ৰ প্ৰিভিলেজ কাৰ্ড উন্মোচন

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ছেপ্টেম্বৰ : চেন্নাইৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান ডাঃ ৰেলা ইনষ্টিটিউট এণ্ড মেডিকেল চেন্টাৰে ১৪ ছেপ্টেম্বৰ অৰ্থাৎ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিক সকলৰ বাবে এখন প্ৰিভিলেজ কাৰ্ড উন্মোচন কৰা হয় । অনুষ্ঠানত উপস্থিত থাকি চিকিৎসালয় খনৰ জ্যেষ্ঠ চিকিৎসক …

২৬ সংখ্যক ইণ্টাৰনেশ্যনেল গুৱাহাটী ট্ৰেড ফেয়াৰ : ট্ৰেড ফেয়াৰলৈ যাওঁক আৰু লৈ আহক নগদ ১ লাখ টকাৰ পুৰস্কাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ছেপ্টেম্বৰ : ২৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ২৬ সংখ্যক ইণ্টাৰনেশ্যনেল গুৱাহাটী ট্ৰেড ফেয়াৰ । এইবাৰ ইণ্টাৰনেশ্যনেল গুৱাহাটী ট্ৰেড ফেয়াৰৰ ব্ৰেণ্ড এম্বেচাদৰ অভিনেত্ৰী তথা সামাজিক কৰ্মী বৰষাৰাণী বিষয়া । ইণ্ডাষ্ট্ৰী এণ্ড ট্ৰেড ফেয়াৰ এছ’চিয়েচন অফ আচামে জয়া …

ইমৰান খানৰ স্বীকাৰোক্তি : পাকিস্তানত দিয়া হৈছিল জেহাদীৰ প্ৰশিক্ষণ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ ছেপ্টেম্বৰ : পাকিস্তান চৰকাৰে সন্ত্ৰাসবাদী সংগঠনক প্ৰশিক্ষণ দিছিল আৰু প্ৰশিক্ষণ দিয়াৰ নামত খৰছ কৰিছিল প্ৰায় ৭ লাখ কোটি টকা । বিশ্বৰ বিভিন্ন দেশৰ অভিযোগ সত্য প্ৰমাণিত কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে স্বীকাৰ কৰিলে পাকিস্তানত জেহাদীক …

তাজিয়া কাণ্ডৰ পিছতেই ডিব্ৰুগড় আৰক্ষী অধীক্ষকক বদলি

ডিব্ৰুগড়, সংবাদ ৩৬৫, ১৪ ছেপ্টেম্বৰ : তাজিয়া কাণ্ডৰ পাছতেই ডিব্ৰুগড় আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে । ১৩ ছেপ্টেম্বৰত এই সন্দৰ্ভত গৃহ বিভাগে জাৰি কৰিছে জাননী। আৰক্ষী অধীক্ষক শুভাসিনী শংকৰণৰ সলনি নতুন অধীক্ষক ৰূপে নিযুক্তি দিয়া হৈছে এ পি এছ বিষয়া …

বন্ধ হ’ব বিছলেৰী ব্ৰেণ্ডৰ পানী : ১ মাহৰ ভিতৰত উন্নত পৰিমাণৰ পানী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ খাদ্য সুৰক্ষা বিভাগে

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ছেপ্টেম্বৰ : অসমত বিছলেৰী ব্ৰেণ্ডৰ পানী বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিলে খাদ্য সুৰক্ষা বিভাগে। উল্লেখযোগ্য যে ৬ এপ্ৰিলত বিছলেৰী পানীৰ নমুনা সংগ্ৰহ কৰিছিল খাদ্য সুৰক্ষা বিভাগটোৱে । নমুনা সংগ্ৰহ কৰা পানীত যথেষ্ট পৰিমাণৰ অনুপযোগী ফ্লৰাইড পোৱা …

গছ গজিছে আমাজনত : পুনৰ এখন সেউজীয়া আমাজনৰ আশাৰে

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ ছেপ্টেম্বৰ : পৃথিৱীৰ হাওঁফাওঁ আমাজন, য’ত উৎপন্ন হয় পৃথিৱীৰ প্ৰায় বিশ শতাংশ অক্সিজেন। আমাজন নদীৰ অৱবাহিকাৰ প্ৰায় ৫০ লাখ বৰ্গ কিলোমিটাৰ ঘন বৰ্ষাৰণ্য । য’ত আছিল বিশ্বৰ অধিক সংখ্যক বন ভূমি অঞ্চল, বাস কৰিছিল বিশ্বৰ প্ৰায় পাঁচ …

এটি ১২ বছৰীয়া কিশোৰৰ কঠোৰ জীৱন সংগ্ৰাম

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ ছেপ্টেম্বৰ : এটি ১২ বছৰীয়া কিশোৰ । কিশোৰটিৰ বয়স এতিয়া বিদ্যালয়লৈ যোৱা, লগৰ সমনীয়াৰ লগত খেলা-ধূলা কৰা । কিন্তু এই বয়সত কিশোৰটোৱে পঢ়া-শুনাৰ লগতে দুবেলা দুমুঠিৰ যোগাৰ কৰাত ব্যস্ত হৈ পৰিছে । কচু, ঢেঁকীয়া, ঔ …