শৈক্ষিক প্ৰতিষ্ঠান ইডুকেট চুপাৰ ৩০(30) ৰ সাফল্যৰ ধাৰা অব্যাহত
গুৱাহাটী, সংবাদ ৩৬৬, ৭ জুন : প্ৰতিষ্ঠা কালৰ পৰা শিক্ষাৰ বিভিন্ন ক্ষেত্ৰত অনুষ্ঠিত হোৱা বাচনি পৰীক্ষাত পূৰ্বৰ দৰে সাফল্য অব্যাহত ৰাখিছে ইডুকেট চুপাৰ ৩০ (30)নামৰ শৈক্ষিক প্ৰতিষ্ঠান টোৱে। উল্লেখযোগ্য যে সদ্য ঘোষিত এন ই ই টি (NEET) পৰীক্ষাৰ ফলাফলত এই …