শ্বেতা হত্যাকাণ্ডৰ অভিযুক্তৰ শাস্তি ঘোষণা : ন্যায় পালে শ্বেতাৰ পৰিয়ালে
গুৱাহাটী, সংবাদ ৩৬৫, ৩ আগষ্ট : ন্যায় পালে শ্বেতাৰ পৰিয়ালে । অৱশেষত আদালতে শ্বেতা হত্যাকাণ্ডৰ অভিযুক্তৰ শাস্তি ঘোষণা কৰিলে। মূল অভিযুক্ত গোবিন্দ সিংহালক ফাঁচী আৰু মাতৃ-ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে আদালতে। কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতৰ এই ৰায়ৰ পাছতেই …