এভাৰেষ্টৰ শিখৰত ৰাষ্ট্ৰীয় পতাকা আৰু অসমীয়া গামোছা উৰুৱা তৰুণ শইকীয়া সুস্থ হৈ উভটিল নিজ ঘৰলৈ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৭ মে’ : সুস্থ হৈ অসমলৈ উভতিল এভাৰেষ্ট আৰোহনকাৰী তৰুন শইকীয়া । ২০০৮ চনত এভাৰেষ্ট আৰোহন কৰি এভাৰেষ্টৰ শিখৰত তৰুন শইকীয়াই ৰাষ্ট্ৰীয় পতাকা আৰু অসমীয়া গামোছা উৰুৱাইছিল । অক্সিজেন অবিহনে শুকুলা এভাৰেষ্টৰ শিখৰ বগাইছিল তৰুন শইকীয়াই …

নগাঁৱৰ আনু-পূৰ্ব্বিক চিত্র-ভাস্কৰ্য্য বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন : সমাজ জীৱনৰ লগত জড়িত ৪৪ গৰাকী বিশিষ্ঠ ব্যক্তিক সম্বৰ্দ্ধনা

নগাঁও, সংবাদ ৩৬৫, ৬ মে’ : নগাঁৱৰ অগ্ৰৰ্ণী চিত্র-ভাস্কৰ্য্যৰ শিক্ষানুষ্ঠান আনুপূৰ্ব্বিক চিত্র-ভাস্কৰ্য্য বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী,মানপত্র প্ৰদান,বিশিষ্ঠ ব্যক্তিক সম্বদ্ধনা অনুষ্ঠানটি ৫ মে’ত নগাঁৱৰ বেঙ্গালী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত অনুষ্টিত হৈ যায় । অনুষ্ঠানটি সভাপতিত্ব কৰে আনুপূৰ্ব্বিক চিত্র-ভাস্কৰ্য্য বিদ্যালয়ৰ পৰিচালনা …

অৱতৰণৰ সময়তে দপদপাই জ্বলিল যাত্ৰীবাহী বিমান : ক্ষন্তেকতে ছাই হ’ল ৪১ জনকৈ যাত্ৰী

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৬ মে’ : এক ভয়ংকৰ দুৰ্ঘটনা । অৱতৰণৰ সময়তে জ্বলি উঠিল যাত্ৰীবাহী বিমান । ৰাছিয়ান এৰ’ফ্লটৰ চুখয় চুপাৰজেট ১০০ মস্কোৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলৈ ক্ৰমাৎ নিম্নমুখী হওঁতেই সমগ্ৰ বিমানখন এক বৃহৎ অগ্নিপিণ্ডই ঢাকি ধৰে । জ্বলন্ত …

এবছোৰ সৈতে জমিয়ত উলেমাৰ নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নামক লৈ আপত্তি আবেদন সম্পৰ্কত বৈঠক : পাৰস্পৰিক সহযোগিতাত একমত দুয়ো সংগঠন

গুৱাহাটী, সংবাদ ৩৬৫, ৬ মে’ : মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন জমিয়ত উলেমাই নাগৰিক পঞ্জীৰ নাম অন্তৰ্ভুক্তিক লৈ অভিযোগ-আপত্তি আবেদন সম্পৰ্কত এৱছুৰ সৈতে উলুবাৰীৰ এক বৈঠকত মিলিত হয়। বৈঠকত পাৰস্পৰিক সহযোগিতাৰে বিষয়টোৰ সমাধান উলিওৱাৰ ক্ষেত্ৰত দুয়োটা সংগঠন একমতত উপনীত হয়। এই …

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছতো ৮ মে’ত ১২ ঘণ্টীয়া “অসম বন্ধ” ঘোষণা

গুৱাহাটী, সংবাদ ৩৬৫, ৬ মে’ : ৮ মে’ত পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া “অসম বন্ধ”ৰ ঘোষণা অসম মুছলিম স্বায়ত্ব পৰিষদ দাবী সমিতি (সুৰক্ষা সমিতি)ৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছতো “অসম বন্ধ” ঘোষণা কৰিছে সংগঠনটোৱে।বিশ্বনাথৰ ঘটনা, বিধায়ক প্ৰশান্ত ফুকনৰ …

আমাৰ ফলাফল নিৰ্বাচনত জয়ী হোৱাটো নহয়, আমাৰ ফলাফল হব আমি বাছি লোৱা লক্ষত উপনীত হোৱা – উপমন্যু হাজৰিকা

গুৱাহাটী, সংবাদ ৩৬৫, ৬ মে’ : খিলঞ্জীয়াৰ অস্তিত্বৰ যিসমূহ বিষয় লৈ নিৰ্বাচনত প্ৰৱজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকা অৱতীৰ্ণ হৈছিল সেইদৰে ৰাইজৰ সঁহাৰি পোৱাৰ লগতে সেইখিনি বিষয়ক লৈ এখন স্থায়ী ৰাজনৈতিক মঞ্চ বা দল গঠন কৰাৰ কথা সদৰী কৰে এখন …

খোদ ৰঞ্জিত দাসৰ সমষ্টিতে চলি আছে ৰাসায়নিক সাৰৰ ছিণ্ডিকেট : ছিণ্ডিকেটত অখিল গগৈ জড়িত থকাৰো অভিযোগ

গুৱাহাটী, সংবাদ ৩৬৫, ৬ মে’ : যি সময়ত প্ৰধানমন্ত্ৰী কৃষি যোজনাৰ অধীনত কৃষকসকললৈ নগদ ধন দিয়া হৈছে সেই সময়তে অসমত ৰাসায়নিক সাৰক কেন্দ্ৰ কৰি ছিণ্ডিকেট চলি থকাৰ অভিযোগ উঠিছে । যাৰ ফলত অসমত পশ্চিমবংগৰ তুলনাত দুগুণ দামত ৰাজ সাহাৰ্য্যযুক্ত সাৰ …

জি অাই এম টি, তেজপুৰত কেৰিয়াৰ সজাগতা সভাৰ অায়োজন

তেজপুৰ, সংবাদ ৩৬৫, ৫ মে’ : দেওবাৰে হোৱা নেচনেল এলিজিবিলি কাম এণ্ট্ৰেনচ টেষ্ট পৰীক্ষা ৰাজ্যখনৰ অন্যান্য পৰীক্ষা কেন্দ্ৰসমূহৰ লগতে তেজপুৰস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি অাই এম টি, তেজপুৰ পৰীক্ষাকেন্দ্ৰতো অনুষ্ঠিত হয়। পৰীক্ষাৰ সময়ছোৱাত পৰীক্ষাকেন্দ্ৰ চৌহদত …

শৈল্যজা কঞ্চাট্ৰাকচন কোম্পানীৰ বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পথ মেৰামতি : উদয় আদিত্য গোস্বামীৰ প্ৰশংসনীয় পদক্ষেপ

বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ৫ মে’ : -বিশ্বনাথ চাৰিআলি পৰা গহপুৰক লৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথক লৈ এতিয়া অতিষ্ঠ হৈ পৰিছে ৰাইজ । ৰাষ্ট্ৰীয় ঘাইপথটোৰ প্ৰায় ৬০ কিঃমিঃ পথ চোৱাৰ অধিকাংশ স্থানতেই মৰণফান্দত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত জনসাধাৰণে যমৰ …

বিমান বাতিলক লৈ বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ মাজত হাহাকাৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৫ মে’ : পুনৰ বিমান বাতিলক লৈ বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ মাজত হাহাকাৰ । ৰাজস্থানৰ জয়পুৰ বিমান বাতিলক হাহাকাৰময় পৰিস্থিতি যাত্ৰীসকলোৰ মাজত । স্পাইট জেটৰ এছ জি৩৪২ নম্বৰৰ বিমানখন সন্ধিয়া ৬:২০ত জয়পুৰলৈ উৰা মৰা কথা আছিল কিন্তু …