পুনৰ আৱিৰ্ভাভ ঘটিল ভগৱানৰ : এইবাৰ মাটি ফুটি ওলাল সোনৰ মূৰ্তি

দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১৫ এপ্ৰিল : এঘৰ মানুহৰ ঘৰলৈ সমাগম ঘটিছে বহু লোকৰ । সকলোৰে হাতে হাতে ধুপ-ধুনা,চাকি । কাৰণ উক্ত মানুহ ঘৰত উলাইছে এটি সোনৰ মূৰ্তি । এই ঘটনা দক্ষিণ কামৰূপৰ ৰামপুৰ সুজনপাৰাৰ । ৰাতিপুৱা চোতালত ঝাৰু দিয়াৰ …

জনীয়াত প্ৰতি বছৰৰ দৰে এইবাৰো সম্পন্ন চৰক পূজা

বৰপেটা, সংবাদ ৩৬৫, ১৫ এপ্ৰিল : বৰপেটা জিলাৰ জনীয়াত দেওবাৰে বেংগুলী সম্প্ৰদায় সকলৰ চৰক পূজা সম্পন্ন হয়। তেওঁলোকৰ ধৰ্মীয় নীতি অনুসৰি চ’ত মাহৰ ২৩ তাৰিখৰ পৰা হিন্দু মানুহৰ ঘৰে ঘৰে গৈ এটা কাঠৰ টুকুৰা মূৰত লৈ আগন্তুক বছৰটো কৌশলে অতিবাহিত …

গৰু বিহুৰ পৰম্পৰা ৰক্ষাৰ যুঁজত অসমীয়া : নদ-নদীৰ অভাৱত এতিয়া বৈদ্যুতিক মটৰৰ পাইপেৰে ধুৱাইছে গৰু

দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১৪ : এপ্ৰিল লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে বাপৰে সৰু তই হবি বৰ গৰু । অতিতৰ পৰা পৰাম্পৰা অনুসৰি চলি আহিছে এই প্ৰথা । অসমীয়া নৱবৰ্ষৰ লগতে বাপতি সাহোন বহাগ বিহুৰ প্ৰথম …

কলগাছিয়াৰ তাপাজুলিত বজ্ৰপাতত এজন নিহত , দুজন গুৰুতৰ ভাবে আহত

কালগাছিয়া, সংবাদ ৩৬৫, ১৪ এপ্ৰিল : ৰাজ্যৰ চৌপাশে ৰঙালীৰ উলহ-মালহ পৰিবেশ । এই পৰিবেশৰ মাজতে দেওবাৰে বৰপেটা জিলাৰ কলগাছিয়াৰ তাপাজুলিত ৰাতিপুৱা হোৱা বজ্ৰপাতত একে পৰিয়ালৰে কন্যা শিশু নিহত হোৱাৰ লগতে শিশু গৰাকীৰ পিতৃ-মাতৃ গুৰুতৰ ভাবে আহত হয়। জাফৰ আলী আৰু …

স্বাধীনতাৰ ৭০ বছৰৰ পাছতো অৱহেলিত হৈ আছে নগৰবেৰা : ৰাইজে নিৰ্বাচন কৰা জনপ্ৰতিনিধিসকলে বুজি নাপায় ৰাইজৰ দুখ

নগৰবেৰা ,সংবাদ ৩৬৫, ১৪ এপ্ৰিল : দেশত আৰম্ভ হৈছে লোকসভা নিৰ্বাচন।এতিয়া অলিয়ে গলিয়ে পিটপিটাই ফুৰিছে জনপ্ৰতিনিধি সকল।সভাই সমিতিয়ে বোৱাইছে প্ৰতিশ্ৰুতিৰ বন্যা।কিন্তু ৰাজনৈতিক নেতা সকলৰ প্ৰতিশ্ৰুতি বাস্তৱত কিমান ৰূপ দিয়ে। পৰিৱৰ্তনৰ শ্লোগানেৰে গাদী দখল কৰি পাঁচটা বছৰ পাৰ কৰিলে মোদী চৰকাৰে।ইয়াৰ …

যুৱ সাংবাদিক মঞ্চ, অসমৰ উদ্যোগত “মন বহাগী “অনুষ্ঠান

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ এপ্ৰিল : ৰঙালী বিহুৰ প্ৰাক ক্ষণত যুৱ সাংবাদিক মঞ্চ,অসমে গুৱাহাটী প্ৰেছ ক্লাৱৰ বাকৰিত ” মন বহাগী” শীর্ষক এক অনুষ্ঠানৰ আয়োজন কৰে । উল্লেখযোগ্য যে যুৱ সাংবাদিক মঞ্চ, অসমে প্ৰথম বাৰলৈ আয়োজন কৰে ৰঙালী বিহু উপলক্ষে এই …

ৰঙালী বিহুৰ উৰুকা উপলক্ষে নগাঁৱৰ দীঘলী বিলত সমূহীয়া মৎস্য চিকাৰ 

নগাঁও, সংবাদ ৩৬৫, ১৩ এপ্ৰিল : জাক জাক জাকৈয়া মহিলাৰ জাকৈৰ চাব আৰু পাহোৱাল ডেকাৰ জালৰ চাবৰ লগতে প’ল, চেপা হাতে হাতে লৈ মাছ ধৰিবলৈ নামিল অগণন লোক । অগণন লোকৰ উপস্থিতিত মুখৰিত হৈ পৰিল নগাঁও জিলাৰ হাতিচোং মৌজাৰ অন্তগত …

ব্যতিক্ৰমী ৰূপত ৰঙালী বিহু উদযাপন ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ এপ্ৰিল : চৌদিশে এতিয়া অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ উছাহ। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ঢোলৰ গুমগুমণী। মহানগৰীৰ বিদ্যালয়-মহাবিদ্যালয়সমূহতো ছাত্ৰ ছাত্ৰীসকলে আয়োজন কৰিছে বিহুৰ বিশেষ অনুষ্ঠান। শণিবাৰে মালিগাঁওস্থিত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়তো ব্যতিক্ৰমী ধৰণে উদযাপন কৰা হয় ৰঙালী …

নগাঁৱত মুখ্যমন্ত্ৰী সোনোৱালৰে সৈতে জেষ্ঠ নাগৰিক সমাজৰ মত বিনিময় অনুষ্ঠান

  নগাঁও, সংবাদ ৩৬৫, ১২ এপ্ৰিল : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথোঁ চাৰিটা দিন বাকী থকাৰ প্ৰাক মহুৰ্তত শনিবাৰৰ সন্ধ্যা নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত জেষ্ঠ নাগৰিক সকলৰ সৈতে এক মতবিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই অনুষ্ঠানত নগাঁৱৰ …

দক্ষিণ কামৰূপৰ মিৰ্জাত উদযাপন বাসন্তী পূজা

দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১৩ এপ্ৰিল : দক্ষিণ কামৰূপৰ মিৰ্জাত উদযাপন বাসন্তী পূজা । মিৰ্জাৰ মনপুৰস্থিত শ্ৰীশ্ৰী বাসন্তী দেৱীৰ মন্দিৰত বৃহস্পতিবাৰৰ পৰা ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে মা বাসন্তী দেৱীৰ পূজা । সেয়ে শনিবাৰে মহাঅষ্টমী উপলক্ষে দেৱীৰ চৰণত …