গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হাহাকাৰময় পৰিস্থিতি : কিয় হঠাৎ লাগিল হুৱাদুৱা ?
পলাশবাৰী, সংবাদ ৩৬৫, ২৯ মে’ : বৰঝাৰ বিমান বন্দৰত হঠাৎ অঘটন । অসম আৰক্ষী, চি আই এছ এফ আৰু এন ডি আৰ এফৰ উদ্ধাৰকাৰী দলে দৌৰাদৌৰীকে প্ৰৱেশ কৰিছে বিমানবন্দৰৰ ভিতৰচৰাত কাৰণ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হঠাৎ লাগিল হুৱাদুৱা । …