নিশা কামৰূপ জিলা পৰিবহন বিভাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান
গুৱাহাটী, সংবাদ ৩৬৫, ৪ এপ্ৰিল : নিশা কামৰূপ জিলা পৰিবহন বিভাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ লখৰাত অভিযান। অভিযানত জব্দ অত্যাধিক সামগ্ৰী কঢ়িওৱা ৩ খন ট্ৰাক । ইয়াৰ ভিতৰত দুখন কয়লা পৰিবাহী আৰু এখন চিমেন্ট পৰিবাহী ট্ৰাক আছে । মুঠ …