বিজেপি হতাও, দেশ বচাওৰে এইবাৰৰ নিৰ্বাচনৰ শ্ল’গান ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ
গুৱাহাটী, সংবাদ ৩৬৫, ৩ এপ্ৰিল : বিজেপি হতাও , দেশ বচাও শ্লো গানেৰে এইবাৰৰ লোকসভা নিৰ্বাচনৰ মূল থীম ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ। বুধবাৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ ৰাজ্যিক কাৰ্য্যালয়ত এখন সংবাদমেলৰ জৰিয়তে কমিউনিষ্ট পাৰ্টীৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে সমগ্ৰ …