সাহসী বে-চৰকাৰী সন্থাৰ ২০১৯ বৰ্ষৰ সাহসী বঁটা প্ৰদান
গুৱাহাটী, সংবাদ ৩৬৫, ৯ মাৰ্চ : বিগত বছৰৰ দৰে এইবাৰো সাহসী বে-চৰকাৰী সন্থাৰ সভানেত্ৰী তৃষ্ণা নাথৰ একক প্ৰচেষ্টাত তথা সন্থাৰ সহযোগত সাহসী বঁটা প্ৰদান কৰা হৈছে। যিসকল ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে তেওঁলোকক তেওঁলোকৰ বিশিষ্ট কৰ্মৰ কাৰণে সাহসী বঁটা …