জাগীৰোডত জব্দ নকল টকা ছপা কৰা মেচিন
জাগীৰোড, সংবাদ ৩৬৫,৪মাৰ্চ : জাগীৰোড আৰক্ষীৰ বৃহৎ সাফল্য । জাগীৰোডৰ ধৰমতুলত জব্দ কৰে নকল টকা ছপা কৰা মেচিন লগতে জব্দ কৰে প্ৰায় ২ কোটি টকাৰ ৫০০ আৰু ২০০০ টকীয়া বৃহৎ নকল নোট ৷ আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি দুই নম্বৰী …
জাগীৰোড, সংবাদ ৩৬৫,৪মাৰ্চ : জাগীৰোড আৰক্ষীৰ বৃহৎ সাফল্য । জাগীৰোডৰ ধৰমতুলত জব্দ কৰে নকল টকা ছপা কৰা মেচিন লগতে জব্দ কৰে প্ৰায় ২ কোটি টকাৰ ৫০০ আৰু ২০০০ টকীয়া বৃহৎ নকল নোট ৷ আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি দুই নম্বৰী …
চন্দ্ৰপুৰ,সংবাদ৩৬৫, ৪ মাৰ্চ: চন্দ্ৰপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কলংপাৰৰ নিকটৱৰ্তী অঞ্চল কমাৰপুৰত প্ৰেমজনিত কাৰণত প্ৰেমিকৰ আত্মহত্যা । প্ৰেমিকাৰ ঘৰৰ আগফালে থকা গছত চিপ লৈ আত্মহত্যা কৰে প্ৰেমিকজনে। উক্ত যুৱকজনৰ ঘৰ সোণাপুৰৰ মিটনীত। নাম বিকাশ ঠাকুৰীয়া। এগৰাকী যুৱতীৰ সৈতে সাত বছৰীয়া প্ৰেমৰ …
গুৱাহাটী, সংবাদ ৩৬৫,৪ মাৰ্চ :সোমবাৰৰ পৰা মহা শিৱৰাত্ৰি। ৰাজ্যৰ সমগ্ৰ জিলাতে পুৱাৰে পৰা শিৱ মন্দিৰসমূহত ভিৰ কৰিছে অগনন ভক্তই। গুৱাহাটী মহানগৰীও ইয়াৰ ব্যতিক্ৰম নহয়। মহানগৰীৰ ঐতিহ্যমণ্ডিত লংকেশ্বৰ মন্দিৰতো শিৱ পূজাৰ বিশেষ আয়োজন কৰা দেখা গ’ল। আন মঠ- মন্দিৰৰ দৰেই লংকেশ্বৰ …
গুৱাহাটী,সংবাদ ৩৬৫, ৪ মাৰ্চ: সোমবাৰে মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত স্বচ্ছ ভাৰত অভিযানৰ থীম চং মুকলি কৰে। ৰাইজক স্বচ্ছতাৰ ক্ষেত্ৰত সজাগ কৰাৰ হেতু প্ৰস্তুত কৰা হৈছে এই গীতটো। এই থীম চংৰ ভিডিওতোৰ মুখ্য ভূমিকাত আছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা। ইয়াৰোপৰিও …
হোজাই ,সংবাদ ৩৬৫, ৪ মাৰ্চ : হোজাই জিলাৰ কাকী আৰক্ষী থানাৰ অন্তৰ্গত জাজৰী ব্লকত ৩ তাৰিখ দেওবাৰে ৰাতি প্ৰায় ৯:৪৫ মান বজাত মুকুট আলি নামৰ এজন লোকে ঘৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰি বাহিৰলৈ ওলাই আহে। ক্ষন্তেক সময়ৰ পিছতে বাহিৰত মুকুটৰ …
গুৱাহাটী, সংবাদ৩৬৫, ৪ মাৰ্চ: বিগত বছৰৰ দৰে এইবছৰো এ পি পি এল ফাউণ্ডেশ্যনে আগবঢ়াবলৈ লৈছে পঞ্চম সংখ্যক শিৰীষ বঁটা ২০১৯। উল্লেখযোগ্য যে ২০১৪ চনত চাহ জনগোষ্ঠীয় লোকসকলৰ বাবে এ পি পি এল ফাউণ্ডেশ্যনে তেওঁলোকৰ কলা,সাহিত্য-সংস্কৃতি আদি প্ৰদৰ্শন কৰিবৰ বাবে এখন …
কলিয়াবৰ, সংবাদ৩৬৫, ৪ মাৰ্চ : সেৱা ভাৰতী, পূবাঞ্চল যোগ বিভাগৰ সৌজন্যত সৰ্বভাৰতীয় সংগীত ও সংস্কৃতি পৰিষদৰ অনুমোদন প্ৰাপ্ত সঞ্জীৱনী যোগাসন কেন্দ্ৰ নগাওঁৰ তত্ত্বাবধানত আৰোগ্য যোগাসন কেন্দ্ৰ ,কলিয়াবৰত সোমবাৰে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ,শিলঘাটত সামূহিকভাবে এটি যোগকেন্দ্ৰৰ উদ্ধোধন কৰা হয়। এই …
কামপুৰ, সংবাদ ৩৬৫, ৩ মাৰ্চ : দেওবাৰে কামপুৰত উপস্থিত হয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কামপুৰ-বৈঠালাংছ সংযোগী কপিলী নৈৰ দলঙৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বৰপানী নৈৰ ওপৰতো পুঠিমাৰীত দলঙৰ আধাৰশিলা স্থাপন কৰে। কামপুৰত বিজেপিৰ দলীয় সভাতো অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে,নগাঁও …
গুৱাহাটী, সংবাদ ৩৬৫, ৩ মাৰ্চ : ভাৰত আৰু আফগানিস্থানৰ সম্পৰ্ক প্রাচীন আৰু সৌহাদ্যপূৰ্ণ । এই সম্পৰ্ক অধিক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে উদ্যোগ লোৱাটো আফগান জনসাধাৰণে কামনা কৰে – এই মন্তব্য আফগানিস্থানৰ জেষ্ঠ সাংবাদিক আব্দুল মুজিব খালভাটগাৰৰ । ৰাজধানী চহৰ …
বাইহাটা চাৰিঅালি, সংবাদ৩৬৫, ৩ মাৰ্চ : ছ’চাইটী ফ্ৰম প্ৰমোচন অফ ইডুকেচন এণ্ড ইকনমিক ডেভেল’পমেন্ট নামৰ এটি স্বেচ্চাসেৱী সংগঠনৰ উদ্যোগত দেওবাৰে বিহদিয়া বৰপানাৰাত স্বচ্চ ভাৰত অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । কামৰূপ জিলাৰ বিহদিয়া জাজিকোনা উন্নয়ণ খণ্ডৰ অন্তৰ্গত তথা বাইহাটা চাৰিঅালিৰ …