চোৰাং চিকাৰী তেজাজ মৰিস্বামীক ডি এফ অ হিচাপে নিযুক্তি দিয়াৰ পিছৰে পৰা চিৰিয়াখানাৰ জন্তুৰ মৃত্যু হৈছে – চিৰিয়াখানা সুৰক্ষা মঞ্চ
গুৱাহাটী, সংবাদ ৩৬৫, ৫ এপ্ৰিল : চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সহযোগী দল সংগঠনৰ দ্বাৰা গঠিত যৌথ সংগ্রাম সমিতিয়ে এখন সংবাদমেলৰ আয়োজন কৰে। চিৰিয়াখানা সুৰক্ষা মঞ্চই সংবাদমেলত ক্ষোভ প্ৰকাশ কৰি কয় ২০১৭ চনৰ মে মাহত সন্দেহযুক্ত চোৰাং চিকাৰী তেজাজ মৰিস্বামীক ডি এফ …