দক্ষিণ কামৰূপত চুলাই মদৰ ঘাটিৰ বিৰুদ্ধে বৃহৎ অভিযান
দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ৪ এপ্ৰিল : যোৱা কেইদিনমান আগতে গোলাঘাটত বিষাক্ত চুলাই খায় বহুতো লোক মৃত্যুমুখত পৰা ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল । তাৰ পিছতো শিক্ষা লাভ কৰা নাই চুলাই মদ বিক্ৰেতা তথা চুলাই মদ সেৱনকাৰীয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত …