নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৰাবাট আৰু বশিষ্ঠ আৰক্ষীৰ অভিযান
গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মাৰ্চ : নিশা যোৰাবাট আৰক্ষী আৰু বশিষ্ঠ আৰক্ষীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলিল অভিযান ।অভিযানত জব্দ ১১ খন কৈ অত্যাধিক কয়লা কঢ়িওৱা ,নথি পত্ৰ বিহিন কয়লাভৰ্তি ট্ৰাক । মাৰ্ঘেৰিটা আৰু মেঘালয়ৰ পৰা সৰবৰাহ কৰা হৈছিল উক্ত …