হাইলাকান্দিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ
হাইলাকান্দি, সংবাদ ৩৬৫, ১৮ মাৰ্চ : চাহ বাগিচা অঞ্চলত মদ আৰু জুৱা বন্ধ কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নিয়োগ, বিজ্ঞান শিক্ষকক এন আৰ চিৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াকে ধৰি কেইবাটোও দাবীত সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে হাইলাকান্দিত সাব্যস্ত …