নিৰপদে আছে আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা

গুৱাহাটী, সংবাদ ৩৬৫, ৭ নৱেম্বৰ : আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ বাতৰিকলৈ চাঞ্চল্য অব্যহত থকাৰ মাজতে এই বাতৰি ভুৱা বুলি বিবৃতিযোগে স্পষ্ট কৰিলে আলফা স্বাধীনে। বিবৃতিযোগে আলফা স্বাধীনে জানিবলৈ দিয়ে যে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ …

পৰেশ বৰুৱাৰৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ বাতৰিকলৈ চাঞ্চল্য

গুৱাহাটী, সংবাদ ৩৬৫, ৭ নৱেম্বৰ : আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি ওলোৱা এক বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে। লুক ইষ্ট নামৰ এটা নিউজ পৰ্টেলত প্ৰকাশ পোৱা বাতৰি অনুসৰি ভাৰতৰ চোৰাংচোৱা সংস্থাসমূহে দাবী কৰিছে যে আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ …

এগৰাকী মাতৃৰ কাতৰ আহ্বান আলফাৰ সেনাধ‍্যক্ষ পৰেশ বৰুৱালৈ: পুত্ৰক উভতাই বিচাৰি চকুলোৰে বাট নেদেখা অৱস্থাৰে পৰেশ বৰুৱালৈ অনুৰোধ

কলাইগাঁও, সংবাদ ৩৬৫, ৬ নৱেম্বৰ: “মোৰ লৰা টোক ঘূৰাই দিয়ক। তাক লৈ আমাৰ বহু আশা”। এই হিয়া ভঙা কান্দোন মাতৃ বুলু নাথৰ আলফাৰ সেনাধ‍্যক্ষ পৰেশ বৰুৱালৈ। পুত্ৰৰ ফটো বুকুত বান্ধি চকুলোৰে বাট নেদেখা অৱস্থা মাতৃ বুলু নাথৰ। ৰাজ্যত পুনৰ অব‍্যাহত …

শাওৰাচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাহাকাৰ পৰিস্থিতি: বিদ্যালয়ৰ নাম সলনি কৰাৰ বাবে ছাত্র-ছাত্ৰীয়ে পৰীক্ষাৰ আবেদনৰ দাখিলৰ পৰা বঞ্চিত

কলগাছিয়া, সংবাদ ৩৬৫, ৬ নৱেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়াৰ শাওৰাচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নাম সলনি কৰাত ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে আবেদনপত্ৰ দাখিল কৰিব নোৱাৰাত ছাত্র-ছাত্ৰী, অভিভাৱক আৰু ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতৰ সৃষ্টি হৈছে। উল্লেখ্য যে, জন্মলগ্নৰে পৰা বিদ্যালয়খনৰ নাম আছিল শাওৰাচৰা উচ্চতৰ …

তামুলপুৰত জি এন আৰ চিৰ উদ্যোগত স্বাস্থ্য সজাগতা সভা

তামুলপুৰ, সংবাদ ৩৬৫, ৬ নৱেম্বৰ: এজন সুস্থ্য ব্যক্তিৰ অধিকাৰী হ’বলৈ সু-স্বাস্থ্যৰ অধিকাৰী হোৱাটো অতিকৈ প্ৰয়োজনীয়। গ্ৰাম্যাঞ্চলত স্বাস্থ্য সজাগতা বৃদ্ধি তথা গ্ৰাম্যাঞ্চলৰ চিকিৎসাৰ মান উন্নত, সুলভ চিকিৎসা প্ৰদানৰ উদ্দ্যশ্যে তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ কাৰ্যালয়ত জি এন আৰ চিৰ স্বাস্থ্যমিত্ৰ প্ৰকল্পৰ এখন …

দ খাৱৈত আবদ্ধ গজৰাজ: ৰাণীত বনৰীয়া হাতী খাদ্যৰ সন্ধানত ওলাই আহি পৰিল দ খাৱৈত

ৰাণী, সংবাদ ৩৬৫, ৬ নৱেম্বৰ: ৰাণীত বনৰীয়া হাতী খাদ্যৰ সন্ধানত ওলাই আহি পৰিল দ খাৱৈত। বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে সাম্প্ৰতিক সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ খেতিপথাৰত উপদ্ৰপ চলাই আহিছে। হাতীৰ উপদ্ৰৱত বহু ধাননী পথাৰ বিনষ্ট হৈছে । ফলত …

চৰাঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান ৰাজ্য চৰকাৰৰ: নায়েৰ আলগাত পি এম জি এছ ওৱাইৰ পুনৰ পথ নিৰ্মান

বিলাসীপাৰা, সংবাদ ৩৬৫, ৫ নৱেম্বৰ: সোমবাৰে চৰাঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান লোৱা দেখা গ’ল ৰাজ্য চৰকাৰে। উল্লেখযোগ্য যে সোমবাৰে বিলাসীপাৰা পশ্চিম বিধান সভা সমষ্টিৰ নায়েৰ আলগা এলেকাত পি এম জি এছ ৱাইৰ চাৰিটা পথৰ পুণৰ নিৰ্মানৰ শিল্যান্যাস কৰে বিধায়ক হাফিজ বছিৰ …

কলৰ ভেল বান্ধি নদীত উটাই দিয়া হ’ল পলাশবাৰী সমষ্টিৰ বিধায়কক

পলাশবাৰী, সংবাদ ৩৬৫, ৫ নৱেম্বৰ: সোমবাৰে পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰনৱ কলিতাৰ পুত্তলিকা দাহ কৰি কলৰ ভেল বান্ধি নদীত উটাই দিয়ে ৰাইজে। নিৰ্বাচনৰ পূৰ্বে সকলো দলে দিয়া প্ৰতিশ্ৰুতিৰ দৰে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি দলেও ২০১৬ অসম বিধান সভা নিৰ্বাচনত অলেখ প্ৰতিশ্ৰুতি …

মহানগৰীৰ সমীপৰ ৰাণীত সুধাকণ্ঠ দিৱস উদযাপন ।

মিৰ্জা, সংবাদ ৩৬৫, ৫ নৱেম্বৰ: অসমৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ সোমবাৰে ৫ নৱেম্বৰৰ দিনা পৱিত্ৰ স্মৃতি দিৱসৰ দিনা সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশতো সুধাকণ্ঠগৰাকীক শ্ৰদ্ধাৰে সুঁ‌ৱৰে অগণন শ্রোতাই। তেখেতৰ পৱিত্ৰ স্মৃতি দিৱসৰ দিনা তেখেতৰেই অমুল্য অৱদানবোৰ শ্ৰদ্ধাৰে সুঁ‌ৱৰি প্ৰতিবছৰৰ ৫ …

ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ দিন

গুৱাহাটী, সংবাদ ৩৬৫, ৫ নৱেম্বৰ: অৱশেষত সংবাদমেলযোগে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ দিন। ৫ আৰু ৯ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৫ নৱেম্বৰ। দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম …