অসমীয়াৰ বাবে গৌৰৱ এগৰাকী অসমীয়া ছাত্ৰ: বিশ্বৰ বিজ্ঞান জগতত অসমীয়া ছাত্ৰ কৌস্তৱ বি আৰ্যৰ খলকনি
গুৱাহাটী, সংবাদ ৩৬৫, ১২ অক্টোবৰ: অসমীয়াৰ বাবে গৌৰৱ এগৰাকী অসমীয়া ছাত্ৰ কৌস্তৱ বি আৰ্য। বিশ্বৰ বিজ্ঞান জগতত অসম ছাত্ৰজনৰ খলকনি। থিয়ৰী অফ ডিৰেকচনৰে বিশ্বমুখী যাত্ৰা অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ কৌস্তৱ বি আৰ্যৰ। কৌস্তৱ বি আৰ্যক ফিনলেণ্ড আৰু ইটালীলৈ …